কলিজা আইতা আমাক এৰি আজান দেশলৈ গ’ল

WhatsApp Follow

অৱশেষত কলিজা আইতা আমাক এৰি আজান দেশলৈ গ’ল । মৃত্যু সহিব নোৱাৰা এক হৃদয় বিদাৰক দুখ যদিও মানি লৱ লাগিব । আইতা পুনৰ সৰগৰ তৰা হৈয়েই যেন সদায় পুহৰ বিলাই থাকক তাৰেই কামনাৰে বিদেশী আত্মাৰ শান্তি কামনা কৰিলোঁ 🙏🙏

Leave a Comment