ছোৱালীবোৰে অকলে থাকিলেই কৰে এই কাম | জানিলে আপুনিও আচৰিত হ’ব

ছোৱালীবোৰ যেতিয়া অকলে ৰুমত থাকে সেই সময়খিনি তেওঁলোকে নিজৰ ইচ্ছামতে থাকে, কাৰণ মানুহৰ সন্মুখত সেই অৱস্থাত থকা সম্ভৱ নহয়। বহুতেই জানিব বিচাৰে যে ছোৱালীবোৰ যেতিয়া অকলে ৰুমত থাকে সেই সময়খিনি তেওঁলোকে কি কি কৰে। তেনেহলে আহক আলোচনা কৰোঁ ছোৱালীবোৰ অকলে থাকিলে কি কি…

১/ গান হ’ল আমাৰ সকলোৰে পছন্দ, মন ভাল কৰিবলৈ গান হ’ল এটা ঔষধ । সেই বাবে ছোৱালীবোৰ ঘৰত অকলে থাকিলে তেওঁলোকৰ পছন্দৰ গান শুনি ভাল পায়।

২/ ছোৱালীবোৰ যেতিয়া অকলে থাকে, তেতিয়া তেওঁলোকে তেওঁলোক ভৱিষ্যৎ লৈ চিন্তা কৰে। যেনে বৈবাহিক জীৱন কেনে ধৰণৰ হ’ব, হবলগা স্বামী কেনেকুৱা হ’ব। বৈবাহিক জীৱন কেনে ধৰণৰ হ’ব। হবলগা স্বামী কেনেকুৱা হ’ব। বৈবাহিক জীৱন সুখী হবনে নাই, অকলে থকাৰ সময়ত এই চিন্তাবোৰ ছোৱালী মনত আহে, কাৰণ ছোৱালীবোৰ ভৱিষ্যৎ লৈ বহুত চিন্তিত।

৩/ বহু ছোৱালী আছে যিসকলে ডায়েৰী লিখি ভাল পায়, সেই বাবে তেওঁলোকে যেতিয়া অকলে থাকে তেতিয়া ডায়েৰিত নিজৰ মনৰ কথা লিপিবদ্ধ কৰি ৰাখে।

৪/ মানুহৰ মাজত চলিবৈ নিজৰ কাপোৰৰ ওপৰত নজৰ দিব লগা হয়, কিন্তু যেতিয়া ছোৱালীবোৰ অকলে থাকে তেতিয়া তেওঁলোকে নিজৰ ইচ্ছামতে কাপোৰ পৰিধান কৰে।

৫/ কিছুমান কাম আছে, যি কাম সমূহ মানুহ সন্মুখত কৰা সম্ভৱ নহয়, যেনে ঘৰত যদি বেলেগ মানুহ থাকে তেনেহলে সেই ঘৰত ছোৱালীবোৰে কাপোৰ বদলি কৰিব নোৱাৰে। সেই বাবে যেতিয়া ছোৱালীবোৰ অকলে ঘৰত থাকে তেতিয়া কাপোৰ বদলি কৰে।

আৰু পঢ়ক-

Leave a Comment