জন্মদিনৰ বাবে পিতৃৰ সৈতে বজাৰলৈ যোৱা কণমানিক হত্যা কৰিলে স্বয়ং পিতৃয়ে!

মানুহ আচলতে কিমান নিৰ্দয় হ’ব পাৰে ভাবিলেই আচৰিত লাগে। নিজৰ কণমানি পুত্ৰক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এগৰাকী পিতৃয়ে। গহপুৰৰ কোকিলা পথাৰত এটি এবছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই লৈছে নতুন মোৰ।

আৰক্ষীয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত হত্যাকাৰী পিতৃ শচীন বৰদলৈক।

Source. Khatang Khobor

CopyAMP code

Leave a Comment