government opened 6343 posts in May, apply Now: বন্ধু-বান্ধৱী সকল আজি আমি এই আর্টিকেলটোৰ জৰিয়তে কেইটামান চাকৰীৰ খবৰ দিম আশা কৰোঁ এই খবৰে আপোনাক উপকৃত কৰিব।
এপেক্স বেংক নিযুক্তি ২০২৩
বিভাগৰ নাম The Assam Co-Operative Apex Bank Limited Post’ ৰ নাম Assistant Branch Manager/ Assistant Manager vacancy পোষ্টৰ সংখ্যা ১৫ টা শিক্ষাগত অৰ্হতা নূন্যতম ৫৫% লৈ স্নাতক বয়স-সীমা প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব দৰমহা ৩১,৬৩০.০০ – ৮২,২৯০.০০ Grade Pay: ৭,৯০০.০০ টকা শেষ তাৰিখ ০/০৫/২০২৩ Apply Link Click Here
BSF Recruitment 2023
বিভাগৰ নাম Border Security Force (BSF) Post’ ৰ নাম Head Constable Vacancy পোষ্টৰ সংখ্যা ২৪৭ শিক্ষাগত অৰ্হতা Matriculation or equivalent from a recognized Board বয়স-সীমা প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব দৰমহা লেভেল-৪, ২৫৫০০-৮১১০০ টকা (৭ম চিপিচি অনুসৰি) শেষ তাৰিখ ১২/০৫/২০২৩ Apply Link Click Here
APGCL Recruitment 2023
বিভাগৰ নাম Assam Public Service Commission (APSC) Post’ ৰ নাম Deputy General Manager, Assistant Manager & Junior Manager posts পোষ্টৰ সংখ্যা ৩৯ শিক্ষাগত অৰ্হতা ডিগ্ৰী বয়স-সীমা প্ৰাৰ্থীৰ বয়স ২১ (একবিংশ) বছৰৰ কম হ’ব নালাগে আৰু ৩৮ বছৰৰ অধিক হ’ব নালাগে। দৰমহা Rs. 42,0001 to Rs. 1,16,0001, GP: Rs. 17,400.00 শেষ তাৰিখ ০৪/০৬/২০২৩ Apply Link Click Here