ভোগালীক আদৰিবলৈ সাজু অসমবাসী। চৌদিশে এতিয়া মাথো ঢেকীৰ গুমগুমনি।
দীঘলীপুখুৰী পাৰত হৈ থকা বৰ অসম ভোগালী মেলাতো মোহময়ী অভিনেত্ৰী আইমী বৰুৱাক ঢেকী দি পিঠা খুন্দা দেখিব পোৱা গ’ল।

মুঠতে এতিয়া সকলোতেই উখল-মাখল পৰিৱেশ।
CopyAMP code