ভুলও এই ৱেবচাইটত নাযাব, নহলে জেললৈ যাব পাৰে আপুনি !

ইতিমধ্যে কেন্দ্ৰটোৱে লাখ লাখ পৰ্ণ চাইট আৰু প্ৰায় সকলো টৰেণ্ট ৱেবছাইট নিষিদ্ধ কৰিছে। কেৱল নিষিদ্ধ কৰাই নহয়, ভুলতে সেই সকলোবোৰ ৱেবছাইট খুলিলেও ৩ বছৰৰ কাৰাদণ্ড হ’ব পাৰে। ৩ লাখ টকাৰ ক্ষতিপূৰণো হ’ব পাৰে। গতিকে কোনবোৰ ৱেবচাইটত ভৰি দিব নালাগে জানি লওক –

ইতিমধ্যে কেন্দ্ৰটোৱে লাখ লাখ পৰ্ণ চাইট আৰু প্ৰায় সকলো টৰেণ্ট ৱেবছাইট নিষিদ্ধ কৰিছে। কেৱল নিষিদ্ধ কৰাই নহয়, ভুলতে সেই সকলোবোৰ ৱেবছাইট খুলিলেও ৩ বছৰৰ কাৰাদণ্ড হ’ব পাৰে।

কেৱল জেলতে নহয়, চৰকাৰে জনাইছে যে যদি আপুনি সেই নিষিদ্ধ ৱেবছাইট খুলিবলৈ চেষ্টা কৰে তেন্তে ৩ লাখ টকা ক্ষতিপূৰণ দিব লাগিব।

মোডী চৰকাৰে বিভিন্ন টৰেণ্ট ৱেবছাইটত চাইবাৰ পৰ্ণ, চিনেমা ডাউনলোডৰ দৰে চাইবাৰ অপৰাধ ৰোধৰ বাবে কঠোৰ সতৰ্কতা অৱলম্বন কৰিছে। যদি ধৰা পৰে তেন্তে অভিযুক্তক কপিৰাইট আইন ১৯৫৭ৰ ৬৩, ৬৩-এ, ৬৫ আৰু ৬৫-এ ধাৰাত দোষী সাব্যস্ত কৰা হ’ব।

ৱেবচাইটৰ তালিকা চাবলৈ তলত ক্লিক কৰক

CopyAMP code

Leave a Comment