প্ৰশ্নবোৰ যথেষ্ট আচহুৱা। কিন্তু অলপ চিন্তা কৰিলেই সেই প্ৰশ্নবোৰৰ উত্তৰ দিয়া সম্ভৱ। এনে কিছুমান প্ৰশ্ন আৰু ইয়াৰ উত্তৰ আগবঢ়োৱা হ’ল।
১) প্ৰশ্ন : আমাৰ হৃদস্পন্দন কেতিয়া ১ মিলিছেকেণ্ডৰ বাবে বন্ধ হয়?
উত্তৰঃ হাঁচিৰ সময়ত।
২) প্ৰশ্ন : ফ্ৰীজত ৰখাৰ পিছতো কি কি বস্তু গৰম হৈ থাকে?
উত্তৰ : গৰাম মছলা।
৩) প্ৰশ্ন : পাকিস্তানৰ বাতৰি কাকতখনৰ নাম কি?
উত্তৰ : ডন কাকত।
৪) প্ৰশ্ন : ১৯৬৯-৭১ চনলৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰঃ অজয় কুমাৰ মুখাৰ্জী।
৫) প্ৰশ্ন : ভাৰতৰ জাতীয় সংগীত কোন চনত মুক্তি পালে ?
উত্তৰঃ ১৮৮৪ চনত।
৬) প্ৰশ্ন : ভাৰতীয় সেনাৰ ডাকনাম কি?
উত্তৰ : জৱান।
৭) প্ৰশ্ন : কম্পিউটাৰ প্ৰগ্ৰেমৰ ভুলক কি বুলি কোৱা হয়?
উত্তৰ : বাগ।
৮) প্ৰশ্ন : বেৰিবেৰী ৰোগত মানুহৰ শৰীৰৰ কোনটো অংশ আক্ৰান্ত হয়?
উত্তৰঃ স্নায়ুতন্ত্ৰ।
৯) প্ৰশ্ন : ‘গোল্ডেন গাৰ্ল’ কাৰ আত্মজীৱনী?
উত্তৰ : পি টি উষা।
১০) প্ৰশ্ন : ‘ব্যোমকেশ বাক্ষী’ চৰিত্ৰৰ সৃষ্টিকৰ্তা কোন?
উত্তৰঃ শাৰদন্দু বেনাৰ্জী।
১১) প্ৰশ্ন : পূৰ্বতে কোনখন দেশক ‘সোণালী চৰাই’ বুলি জনা গৈছিল?
উত্তৰঃ আমাৰ ভাৰত।
১২) প্ৰশ্ন : ভাৰতৰ কোনজন ব্যক্তিক কেতিয়াও গ্ৰেপ্তাৰ কৰিব নোৱাৰি?
উত্তৰঃ ৰাষ্ট্ৰপতিলৈ।
১৩) প্ৰশ্ন : বিদ্যুৎ উৎপাদক কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ : মাইকেল ফেৰাডে।
১৪) প্ৰশ্ন : ক’লা পতাকাখনে কি প্ৰতীক?
উত্তৰঃ প্ৰতিবাদ।
১৫) প্ৰশ্ন : ১৮ বছৰৰ পিছত ছোৱালী কিহৰ বাবে যোগ্য হয়?
উত্তৰঃ ভোটদান (প্ৰশ্ন বিভ্ৰান্ত কৰিবলৈ কোৱা হৈছে)।