[Top 20] ৰঙালী বিহুৰ শুভেচ্ছা বাণী | Bohag Bihu Wishes In Assamese

আহক আমি আমাৰ বন্ধু, বান্ধৱী, ভাই, ভন্টি, দাদা, মামা, মা, দেউতা, লগত ৰঙালী বিহুৰ শুভেচ্ছা বাণী, বা বহাগ বিহুৰ শুভেচ্ছা বাণী, বা Rongali Bihu Wishes In Assamese বার্তা, Wishes, Quotes, SMS, Share কৰোঁ।

ৰঙালী বিহুৰ শুভেচ্ছা বাণী | Bohag Bihu Wishes In Assamese

ঙালী বিহুৰ শুভেচ্ছা বাণী
ঙালী বিহুৰ শুভেচ্ছা বাণী

সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ, তাৰেই আন্তৰিক কামনাৰে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।

এই নৱবৰ্ষ যাতে সকলোৰে বাবে হয় সুখ শান্তিৰে বঢ়ি পৰক, তাৰেই কামনাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।

নতুন সূর্য, নতুন প্রান। নতুন সুৰ, নতুন গান। নতুন পোহৰ, নতুন প্ৰভাত। নতুন বছৰ হওক ভাল। শেষ হওঁক বিষাদ, শুভ হওক নৱবর্ষ। সকলোকে নৱবর্ষৰ শুভেচ্ছা জনালো

অসমীয়া বাপতি সাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছো। লগতে নতুন অসমীয়া বছৰটো যাতে সুখ শান্তিৰে পাৰ হয় তাৰ কামনা কৰিলো। rongali bihu 2022 wishes in assamese

> ঈদ মোবাৰকৰ শুভেচ্ছা বাণী

সমুহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

সকলোকে হেপাঁহৰ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো।

ৰঙালী বিহুৰ শুভেচ্ছা বাণী
ৰঙালী বিহুৰ শুভেচ্ছা বাণী

প্রতিপাহি কপৌফুলৰ সুগন্ধিয়ে প্রেম, প্রতিজনী কুলিৰ মাতে আনন্দ। প্রতি টোপাল বৰষুণে আশা, প্রতি জাক বতাহে মুখৰ বতৰা কঢ়িয়াই আনি আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ আনক ৰঙালীৰ ৰংৰ এসাগৰ সপোন। তাৰে কামনাৰে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।

ঢোল, পেঁপা গগণাৰ মাত। আকৌ ৰঙালী বিহু লাগিল গাত। বিহুতলীলৈ যাম, ঢোলকি কান্ধত লৈ, তুমিও আহিবানে বিহুৱানখনি হাততে লৈ।

বহাগ বিহুৰ শুভেচ্ছা বাণী

আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ সিয়াভৰা ওলগ তথা অসমীয়া নৱবর্ষৰ শুভকামনা যাচিলোঁ। ব’হাগে কঢ়িয়াই আনক সাহস আৰু সৃষ্টিৰ আন্তহীন প্রেৰণা।

Also Read. জন্মদিনৰ শুভেচ্ছা বাণী

নৱবৰ্ষৰ প্ৰতিটো পলে কঢ়িয়াই আনক সুখ-সমৃদ্ধি আৰু আশাৰ বতৰা, লগতে আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে ভৰপুৰ ৷ ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা, মন, পৰিৱেশ। তাকেই আন্তৰিকতাৰে কামনা কৰিলোঁ। Happy Bohag Bihu Wishes In Assamese

ৰঙালী বিহুৰ শুভেচ্ছা বাণী
ৰঙালী বিহুৰ শুভেচ্ছা বাণী

বহাগ নহয় এটি মাহ, বহাগ নহয় এটি ৰৃতু, বহাগ এটি প্রতিশ্রুতি… প্রতিশ্রুতি মৰমৰ। প্রতিশ্রুতি আৱেগৰ। প্রতিশ্রুতি সেউজৰ। প্রতিশ্রুতি অসমীয়াৰ। আপুৰুগীয়া সংস্কৃতিৰ। Bohag Bihu Wishes In Assamese

আহক আমি সকলোৱে নিজৰ পদূলিত এখনি ঘৰতে বোৱা গামোচা আঁৰি এইবাৰ হেঁপাহৰ ৰঙালীক আদৰো।

ৰঙালী বিহু কেই তাৰিখত?

14 তাৰিখত।

ৰঙালী বিহু কেইদিন পালন কৰা হয়?

সাতদিন পালন কৰা হয়।

Leave a Comment