অন্তৰ চুইযোৱা এটা কাহিনী…

WhatsApp Follow

শিক্ষক=ঐ লৰা এইফালে আহা ?
লৰা=হয় Sir ।
শিক্ষক=তুমি কি এই স্কুলৰ ছাত্র?
লৰা=হয় Sir ?
শিক্ষক=মোৰ মনত নপৰে তুমি এই স্কুলৰ ছাত্র বুলি
লৰা=কিয় Sir ?
শিক্ষক=ক্লাচত থকা সকলো লৰা-ছোৱালীৰ ফালে
চোৱা এবাৰ ,
লৰা=আচলতে Sir…
শিক্ষক=হব আৰু কব নালাগে !তোমাৰ নিচিনা
অপৰিষ্কাৰ/লেতেৰা লৰা আমাৰ স্কুলত
নাই,,, ক্লাচৰ সকলোৱে তোমাক ঘৃন কৰে,
তোমাক দেখিলে সকলোৱে হাহি থাকে,
তথাপিওঁ তোমাৰ লাজ নকৰে নেকি,চুলিৰ
কি অৱস্থা,দেহৰ পৰা ঘামৰ গোন্ধ ওলাইছে,
তথাপিওঁ তুমি বুজি নোপোৱা নেকি,

লৰা=Sir আপুনি আজি পুৱা ভাত খাই আহিছে নে,
শিক্ষক=হয়,
লৰা=Sir আপুনি স্কুলৰ পৰা গৈ,অলপ জিৰনি লৈ
হাত মুখ ধুই টিভিৰ ৰিমট হাতত লৈ খাবলৈ
বহিব,আকৌ একোৱেই নোখোৱাকৈ টোপনিত
যাব নোৱাৰিব হয়নে Sir,,

শিক্ষক=এইবোৰ কোৱাৰ মানে কি?
লৰা=Sir,আপুনি নাজানে,মই প্রতিদিন নাখায় স্কুলত
আহো,দেউতা বহুত আগতেই ঢুকাল,ৰিক্সা
চলাই যি পাওঁ সেইখিনি দিয়েই সংসাৰ চলে,
Sir এদিন ৰিক্সা নচলালে হয়তো সেইদিন
পেটৰ ভোগৰ বাবে একো খাবলৈ নাপাওঁ,,, মা
জীয়াই আছে কিন্তু বহুত অসুস্থ,প্রতিদিন ঔষধ
কিনিব লাগে Sir… আপোনালোকে হয়তো এবাৰ
খাবলৈ নাপালে খং কৰে,মই মাজে মাজে
নাখাই দিন পাৰ কৰো কাৰন মাকৰ ঔষধ
আনিব লাগিব বুলি,,,,
Sir শুনক,ইমান কষ্টৰ মাজত যেতিয়া ৰাতি
মাকৰ মুখত দুমুঠি ভাত খোৱাই দিওঁ,সেই
সময়ত পৃর্থিৱীত মোতকৈ আনন্দ কোনেওঁ
নহয়,শুনক Sir,মোৰ মায় কেতিয়াওঁ মোক
অপৰিস্কাৰ,লেতেৰা লৰা বুলি মাতা নাই,
যেতিয়া ৰিক্সা চলাই গোটেই দেহ ঘামেৰে,
মাকৰ ওচৰত আহো,তেতিয়া মায়ে মোৰ
কপালত চুমা দিয়ে,সচা Sir মা কেতিয়াওঁ
মোক নকয় যে তোমাৰ দেহৰ পৰা ঘামৰ গোন্ধ
ওলাইছে Sir… আপুনি হয়তো আপোনাৰ
সন্তানৰ বাবে দামী দামী কাপোৰ কিনিব পাৰে,,,
ভাল ভাল পুষ্টিকৰ খাদ্য খাবলৈ দিয়ে,, কিন্তু মই
মাকৰ এটা পৱিত্র চুমাৰ বাবে হাজাৰ হাজাৰ
ঘাম পেলাব পাৰো,হাজাৰ হাজাৰ স্কুল ত্যাগ
কৰিব ৰাজি আছো,কাৰন মোৰ মায় মোৰ
সকলো, মোৰ মায় মোৰ পৃৰ্থিৱী,,,, আৰু Sir
আজিৰ পৰা মই স্কুলত নাহো,,,,

অলপ সময়ৰ বাবে ক্লাচ ৰুম নীৰব হল,সকলোৰ চকুত পানী,

লৰা=Sir আপোনাৰ চকুত পানী,,,
শিক্ষক=অজানিতে চকুৰ পানী আহিল,,।তুমি স্কুলত
নাহিবা বুলি কলা যে,মানে কি??
লৰা=Sir আপোনালোকৰ সমস্যা হয়?
শিক্ষক=কোনো সমস্যা নহব।আৰে আমাৰ স্কুলৰ
শ্রেষ্ঠ তথা গৌর্বিত লৰা তুমি।। সচা তোমাৰ দৰে কষ্ট
কৰি কোনেওঁ পঢ়া-শুনা কৰিব নোৱাৰে,
আশাকৰো তোমাৰ মাকৰ সপোন পূৰণ
কৰিব পাৰিবা,শুনা স্কুলৰ সম্পুর্ন খৰচ মই
বহন কৰিম,

ক্লাচৰ সকলোৱেই নীৰব। কোনো শব্দ নাই। লৰাজনে Sir ক প্রনাম জনায় গুচি গল,,,,

কিছুদিন পিছত লৰাজনৰ মাক ঢুকাল,লৰাজনে
সুখৰ স্বর্গ (মা) হেৰুৱালে,তাৰ পিছত লৰাজনে
স্কুলত নাযায়, কাৰন মাকৰ ঐ মৰম ভালপোৱা আৰু নাপায়,,,

কাহিনীটো যদি কত বা ভুল হৈছে ক্ষমা কৰিব, আৰু ভাল লাগিলে #Please_Share কৰিব ।

2 thoughts on “অন্তৰ চুইযোৱা এটা কাহিনী…”

Leave a Comment