এই পাত কেন্সাৰ আৰু ডায়েবেটিছৰ বাবে এক উত্তম ঔষধ

WhatsApp Follow

মানুহে বহু কিবা কেবি খায়, কিন্তু এনে কিছুমান খাদ্য আমাৰ আশে পাশে আছে যি খাদ্যবোৰ আমি যদি প্রতিদিন খাদ্যৰ তালিকাত ৰাখো তেনেহলে ইয়াৰ পৰা ৰোগ নিৰাময় কৰি ৰাখিব পাৰি যেনে কৰ্কট ৰোগ আৰু ডায়েবেটিছৰ ৰোগ। হয় আজি আমি এই আর্টিকেলটোৰ জৰিয়য়ে এটা পাতৰ বিষয়ে আলোচনা কৰি যি পাতে কৰ্কট ৰোগ আৰু ডায়েবেটিছৰ ৰোগ নিৰাময় কৰিব পাৰে, সেই বাবে সম্পূর্ণ পঢ়িব –

এই পৃথিৱীত হাজাৰ হাজাৰ পাত লুকাই আছে, হাজাৰ হাজাৰ পাতৰ মাজত যদি এই পাতটো আপোনাৰ খাদ্যৰ তালিকাত ৰাখিব পাৰে, ইয়াৰ উপকাৰী লাভ উঠাব পাৰে।

কেৱল আমক ফল হিচাপে নহয়, আমৰ পাততো বিভিন্ন ঔষধি গুণ আছে। ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণৰ বাবে পেটৰ বিষ নিমিষতে উপশম পোৱা যায়।

আমলখিৰ পাতৰ ডায়েবেটিছ আৰু ওজন নিয়ন্ত্ৰণৰ ক্ষমতাও থাকে। তদুপৰি এই পাতে আলচাৰ আনকি কেন্সাৰৰ বিৰুদ্ধেও শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰে।

আমৰ পাতেও মগজু সুস্থ কৰি ৰাখিব পাৰে। শ্বাস-প্ৰশ্বাসজনিত সমস্যা, উচ্চ ৰক্তচাপ, ভাগৰুৱা, আৰু মুখৰ অন্যান্য সমস্যা দূৰ কৰিবলৈ আপুনি আমৰ পাত ব্যৱহাৰ কৰিব পাৰে।

ইয়াৰ বাবে তিনিকাপ পানীত তিনিটা আমৰ পাত পিহি উতলাই লওক। যেতিয়া পানী ১ কাপ হয় তেতিয়া পানীখিনি উলিয়াই লওক। চাহ হিচাপে পান কৰক।

আমৰ পাত জ্বলাই ইয়াৰ ধোঁৱা ল’ব পাৰে। ইয়াৰ ফলত ডিঙি আৰু হিচকিৰ সমস্যা নাইকিয়া হয়। পোৰা ঠাইত আমপাতৰ গুড়ি লগালে সোনকালে ভাল হয়।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

1 thought on “এই পাত কেন্সাৰ আৰু ডায়েবেটিছৰ বাবে এক উত্তম ঔষধ”

Leave a Comment