এই পোষ্টটো চোৱাৰ পিছত মাতৃক সাবটি ধৰি কান্দিব মন যাব আপোনাৰ !

WhatsApp Follow

কেতিয়াবা মাতৃক সাবটি ধৰি কান্দিবলৈ মন যায় নে আপোনাৰ? এই পোষ্টটো চোৱাৰ পিছত মাতৃক সাবটি কান্দিব মন যাব আপোনাৰ। বিক্ৰম এছ বুদ্ধনেচন নামৰ লোক জনৰ টুইট। “২০ বছৰ ধৰি এইখন প্লেটত ভাত খাইছিল মোৰ মায়ে। এই প্লেটখন দেখিলে আজিও মই কান্দো। প্লেটখনৰ সৈতে মা আৰু মোৰ গভিৰ সম্পৰ্ক। মৃতুৰ সময়ত মোক আৰু ভনীক এই প্লেট খনত ভাত খাবলৈ কৈছিল মায়ে।

ছ’চিয়েল মিডিয়াত ভাইৰেল এটা পোষ্ট। এই পোষ্টটোৱে দেখুবাইছে মাতৃ স্নেহৰ নিদৰ্শন। ছ’চিয়েল মিডিয়াত বহুটো পোষ্ট, ভিডিঅ’ প্ৰতিদিনে ভাইৰেল হয়। স্ক্ৰল কৰি থকোতে বহুতো বস্তু দেখো যিবোৰ আমি চেভ কৰি থও। কিছুমান পোষ্ট চাই আমি আচৰিত হওঁ, আনহাতে কছুমান পোষ্ট আৰু ভিডিঅ’ চাই আমি হাঁহো কিন্তু এইবোৰৰ বাহিৰেও, বহুটো পোষ্ট আৰু ভিডিঅ’ পাঁও যিয়ে আমাক আৱেগিক কৰি তোলে। এনেকুৱা এটা পোষ্ট আজিকালি ভাইৰেল হৈ আছে। পোষ্টটো চোৱাৰ পিছত আপুনি নিশ্চিতভাৱে আৱেগিক হৈ পৰিব।

এতিয়া এই পোষ্টটো চাওক য’ত এজন পুত্ৰই টুইটাৰত কৈছিল যে তেওঁৰ মাতৃয়ে ২০ বছৰ ধৰি প্লেটত খাদ্য খাই আছে। যেতিয়া তেওঁ ইয়াৰ কাৰণ বিচাৰি পালে, তেওঁ আৱেগিক হৈ পৰিল। এই পোষ্টটো চাওক য’ত এজন পুত্ৰই টুইটাৰত কৈছিল যে তেওঁৰ মাতৃয়ে ২০ বছৰ ধৰি প্লেটত খাদ্য খাই আছে। যেতিয়া তেওঁ ইয়াৰ কাৰণ বিচাৰি পালে, তেওঁ আৱেগিক হৈ পৰিল। কাৰণ এই প্লেট খন পুত্ৰই প্ৰথম বাৰৰ বাবে পুৰস্কাৰ হিচাপে লাভ কৰিছিল। যাৰ বাবে মাতৃয়ে আনন্দিত হৈছিল। পুত্ৰৰ মৰম হিচাপে ২০ বছৰে সেই সৰু প্লেট খনতে ভাত খাইছিল।

Leave a Comment