এই ৩টা প্রশ্ন কৰিলে আপুনি জানিব পাৰিব আপোনাৰ সংগীয়ে আপোনাক সঁচা ভালপায় নে অভিনয় কৰে

WhatsApp Follow

সঁচা ভালপোৱা নথকাৰ বাবে বহু ক্ষেত্রত দেখা যায় ভালপোৱা হয়, বা বিয়া হয় আৰু সেয়া ভাঙিও যায় ! কিন্তু আপুনি কেনেকৈ যানিব পাৰিব, আপোনাৰ সংগীয়ে আপোনাক সঁচা ভালপায় নে অভিনয় কৰে, তাৰ বাবে আপোনাৰ সংগীক কৰক এই ৩টা প্রশ্ন, কি সেই ৩টা প্রশ্ন জানো আহক…

আজিৰ এই প্রশ্নবোৰ psychology ৰ ওপৰত বেছ কৰি প্রস্তত কৰা হৈছে, আপোনাৰ সংগী যিমানেই চতুৰ নহওক কিয়, এই প্রশ্নবোৰত কোনো চালাকি কৰিব নোৰে। দেখা গৈছে আজি কালি বহুতেই ডাঙৰ ডাঙৰ কথা কয় ! কিন্তু আচলতে সেই সকলৰ মাজত সঁচা ভালপোৱা নাই। সেই বাবে আপোনাৰ সংগীক এই ৩টা প্রশ্ন কৰা উচিত-

১/ প্রথম প্রশ্নটো হ’ল তুমি মোক কিয় ভালপোৱা ? যেতিয়া আপুনি আপোনাৰ সংগীক এই প্রশ্নটো কৰিব, তেতিয়া তাৰ উত্তৰে ক’ব তেওঁ কেনেকুৱা ! আৰু আপোনাক তেওঁ কিমান ভালপায় । এই প্রশ্নৰ সঠিক উত্তৰটো হ’ল মই নাজানো তোমাক কিয় ভালপাওঁ । কিন্তু বহুতে এনেকুৱা উত্তৰ দিব পাৰে যে তুমি বহুত সুন্দৰী, তুমি বহুত স্মার্ট, তোমাৰ মনটো ভাল, বা তুমি বহুত ভাল, সেই বাবে মই তোমাক ভালপাওঁ । কিন্তু ভালপোৱা কাৰণ যদি এইবোৰ হয়, তেনেহলে আপুনি গভীৰ ভাৱে বুজাৰ চেষ্টা কৰক, যেতিয়া আপোনাৰ সুন্দৰতা কমি যাব, বা এইবোৰ গুণ আপোনাৰ পৰা শেষ হৈ যায় । তেতিয়া কি আপোনাৰ প্রতি থকা ভালপোৱা কমি যাব ? সেই বাবে এই প্রশ্নটো কৰাৰ প্রয়োজন আছে ।

২/ তোমাৰ বিয়া যদি অইন কাৰোবাৰ লগত দিব বিছাৰে তেনেহলে তুমি কি কৰিবা ? হয় দ্বিতীয় প্রশ্নটো আপুনি এইটো কৰক ! প্রথমে ইয়াৰ সঠিক উত্তৰটো জানি লওঁ, ইয়াৰ সঠিক উত্তৰটো হ’ল- ইমান সাহস কাৰোবাৰ নাই যে মোক বেলেগ কাৰোবাৰ লগত বিয়া দিব পাৰিব । ঘৰৰ মানুহে যদি বিচাৰে সেই ছোৱালী বা ল’ৰাক অইন কাৰোবাৰ লগত বিয়া দিব পাৰে বা বিয়া কৰাব পাৰে । আপোনাৰ সংগী যেতিয়া এই উত্তৰটো দিব তেতিয়া বুজি ল’ব আপোনাক সঁচাই ভালপায় ।

আৰু পঢ়ক-

৩/ যদি তোমাৰ হাতত জীৱনৰ শেষ ২৪ ঘণ্টা থাকে তেনেহলে তুমি মোৰ লগত কি কৰিব বিচৰা ? এই প্রশ্নৰ উত্তৰ আপুনি বিভিন্ন ধৰণে পাব পাৰে, কিন্তু ইয়াৰ সঠিক উত্তৰটো হ’ল- তোমাৰ কলাত মাথা ৰাখি শেষ নিশ্বাস ত্যাগ কৰিব বিচাৰো । কোনোবাই ক’ব তোমাক মৰম কৰিম ! কোনোবাই ক’ব তোমাক কিচ কৰিম ! কিন্তু যদি আপোনাৰ সংগীয়ে আপোনাক সঁচা ভালপায়, তেওঁ উত্তৰটো এনেকৈ দিব- তোমাৰ কলাত মূৰটো ৰাখি শেষ নিশ্বাস ত্যাগ কৰিব বিচাৰো ।

1 thought on “এই ৩টা প্রশ্ন কৰিলে আপুনি জানিব পাৰিব আপোনাৰ সংগীয়ে আপোনাক সঁচা ভালপায় নে অভিনয় কৰে”

Leave a Comment