কি বস্তু আমি দুবাৰ বিনামূলীয়াকৈ পাওঁ, কিন্তু তৃতীয়বাৰৰ বাবে টকা খৰচ হয় ?

WhatsApp Follow

লিখিত পৰীক্ষা ক্লিয়াৰ কৰাৰ পিছত সফল ছাত্ৰ-ছাত্ৰীক সাক্ষাৎকাৰৰ বাবে মাতি অনা হয়। সাক্ষাৎকাৰ গ্ৰহণ কৰাসকলে সাধাৰণ জ্ঞানৰ পৰা আৰম্ভ কৰি বিভিন্ন পাঠ্য বিষয়ৰ লগতে জীৱন সম্পৰ্কীয় প্ৰশ্নসমূহো সুধা আৰম্ভ কৰিছিল যিয়ে বহুতকে আচৰিত কৰি তুলিছিল। কিন্তু ইয়াত আতংকিত হোৱা একো নাই, শীতল মগজুৰে ভাবিলে আপুনিও উত্তৰতো দিব পাৰিব। এতিয়া এনে কিছুমান প্ৰশ্নৰ উত্তৰ চাওঁ আহক…

১) প্ৰশ্ন : প্ৰতিটো লিটাৰ বৰষুণৰ পানীত প্ৰায় কিমান কাৰ্বন ডাই অক্সাইড দ্ৰৱীভূত হয়?
উত্তৰঃ ০.০৩ ঘনমিটাৰ।

২) প্ৰশ্ন : কোনটো ভূমিকম্পৰ ঢৌ আটাইতকৈ প্ৰবল?
উত্তৰ : পি তৰংগ।

৩) প্ৰশ্ন : ২০৫০ চনৰ ভিতৰত বিশ্বৰ গড় উষ্ণতা কিমান বৃদ্ধি পাব?
উত্তৰঃ ৩৫ ডিগ্ৰী চেলছিয়াছ।

৪) প্ৰশ্ন : কিমান ডেচিবেলে কাণৰ ড্ৰাম ফাটিব পাৰে?
উত্তৰ : ১৬০ ডেচিবেল।

৫) প্ৰশ্ন : ভাৰতৰ চিংৰাৰ ৰাজধানী কাক কোৱা হয়?
উত্তৰঃ অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলা।

৬) প্ৰশ্ন : কোন গছৰ পৰা ৰেজিন প্ৰস্তুত কৰা হয়?
উত্তৰ : পাইন গছ।

৭) প্ৰশ্ন : মহানগৰীৰ পৰিত্যক্ত জাবৰ জ্বলাই উৎপন্ন হোৱা শক্তিৰ নাম কি?
উত্তৰঃ আৱৰ্জনা জাবৰ পুনঃব্যৱহাৰ শক্তি।

৮) প্ৰশ্ন : কোনখন নদীক ‘আকাশ নদী’ বুলি জনা যায়?
উত্তৰঃ ব্ৰহ্মপুত্ৰ নদী।

৯) প্ৰশ্ন : ভাৰতৰ উপকূলীয় মাটি কেনেকৈ গঢ় লৈ উঠে?
উত্তৰঃ সাগৰীয় সোঁত আৰু জোৱাৰৰ বাবে।

১০) প্ৰশ্ন : ভাৰতৰ শুল্কমুক্ত বন্দৰ কোনটো?
উত্তৰঃ কন্দলা, গুজৰাট।

১১) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য বেছি?
উত্তৰঃ উত্তৰ প্ৰদেশ।

১২) প্ৰশ্ন : ভাৰতৰ কোনখন চহৰক চিলিকন ভেলী বা তথ্য প্ৰযুক্তিৰ হৃদয় বুলি কোৱা হয়?
উত্তৰ : বাংগালুৰু।

১৩) প্ৰশ্ন : মানুহৰ জীয়াই থকাৰ বাবে ঘৰত কিমান অক্সিজেনৰ প্ৰয়োজন?
উত্তৰ : ১৭৫ গেলন।

১৪) প্ৰশ্ন : ইটাই ইটাই ৰোগৰ বাবে কোনটো ধাতু দায়ী?
উত্তৰ : কেডমিয়াম।

১৫) প্ৰশ্ন : আমি দুবাৰ বিনামূলীয়াকৈ পোৱা বস্তুটো কি, কিন্তু তৃতীয়বাৰৰ বাবে টকা খৰচ হয়?
উত্তৰঃ দাঁত (প্ৰথম দুটা দাঁত জন্মৰ পিছত এনেকৈ বাঢ়ে, কিন্তু তাৰ পিছত চিকিৎসকৰ সহায় ল’ব লাগে আৰু ইয়াৰ বাবে টকা খৰচ হয়)।

Leave a Comment