গুগল মেপত ঘৈণীয়েকক পৰকীয়া কৰি থকা দেখিলে স্বামীয়ে, তাৰ পাছত !

WhatsApp Follow

পত্নী ব্যস্ত পৰকীয়া কামত। কৰিলে এটা সৰু ভুল।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘ডেইলি মেইল’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ পেৰাগুৱেৰ এজন লোকে নিজৰ পত্নীক ডিৰভ’ছ দিছিল। কাৰণ তেওঁ নিজৰ পত্নীক আন এজন ব্যক্তিৰ লগত দেখে। ইয়াৰ পিছত তেওঁ ডিৰভোছৰ সিদ্ধান্ত ল’লে।

জানিব পৰা মতে, ব্যক্তিজনে গুগল মেপত চেক কৰিছিল। পেৰাগুৱেৰ অন্যতম পৰ্যটন স্থান হৈছে লিমা। সি তালৈ যোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু গুগল মেপত ট্ৰেফিক আপডেটটো দেখি তাৰ চকু কপালত উঠিল।

গুগল মেপত ৩৬০ ডিগ্ৰী কোণৰ পৰা ট্ৰেফিক চিগনেলৰ ছবি চাব পাৰি। সেই ছবিখন চাই থাকোঁতে মানুহজনে নিজৰ পত্নীক দেখিলে।

Leave a Comment