পুৰুষৰ যৌ*ন শক্তি বৃদ্ধিৰ বাবে এইটো হৈছে মহৌষধ !

WhatsApp Follow

বৰ্তমান সময়ত অধিকাংশ পুৰুষৰ ক্ষেত্ৰতে যৌনাকাংক্ষা কম হোৱা সমস্যাত ভোগা দেখা যায় ৷ এই সমস্যাৰ অন্তৰালত খাদ্যাভ্যাসে মাৰাত্মক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় ৷ খাদ্যাভ্যাসে আপোনাৰ লিবিডোত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে৷ বিশেষকৈ যিসকলৰ বয়স বৃদ্ধি হৈ আছে, তেওঁলোকৰ ক্ষেত্ৰত ক্ষতিকাৰক প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে ৷

সেয়ে যিবিলাক খাদ্যই আপোনাৰ যৌন ইচ্ছা কমাই দিয়ে বা যৌন ক্ষমতা নষ্ট কৰে, তেনে খাদ্য এৰাই চলাই ভাল ৷ আনহাতে এনে কিছুমান খাদ্য আছে, যিবোৰ খাদ্যই পুৰুষৰ যৌন শক্তি বৃদ্ধিত সহায় কৰে৷ জানো আহক তেনেধৰণৰ খাদ্যবোৰৰ বিষয়ে ৷

যৌন শক্তি বৃদ্ধি তথা যৌৱন ধৰি ৰখাৰ বাবে শ্ৰেষ্ঠ উপাদান হ’ল মৌ৷ পুৱা খালী পেটত মৌ সেৱন কৰিলে যৌন শক্তিৰ বৃদ্ধিৰ হোৱাৰ লগতে কফজনিত সমস্যা, পাকস্থলী পৰিষ্কাৰ কৰা, দেহৰ অতিৰিক্ত দূষিত পদাৰ্থ বাহিৰ কৰা, মস্তিষ্কৰ শক্তি লাভ কৰা, ৰতি শক্তি বৃদ্ধি কৰা, মূত্ৰনলীৰ পাথৰ দূৰ কৰা, প্ৰস্ৰাৱ স্বাভাৱিক হোৱা, ছালৰ উজ্জ্বলতা বৃদ্ধি, ভোগ বঢ়োৱা আদি নানা কাম সমাধান কৰে৷
যৌন শক্তিৰ সৈতে খেজুৰৰ বিশেষ সম্পৰ্ক আছে৷ যৌন ক্ষমতা বঢ়াবলৈ নিয়মিতভাৱে খেজুৰ খালে সুফল পোৱা যায় ৷

যৌন শক্তি ধৰি ৰখাত গাখীৰৰ লগত কোনো বস্তুৱে তুলনা নহয়৷ বিশেষকৈ ছাগলীৰ গাখীৰে পুৰুষৰ যৌন শক্তি বৃদ্ধিত অসাধাৰণ ভূমিকা গ্ৰহণ কৰে ৷ আনহাতে সিদ্ধ কণীয়ে শৰীৰৰ শক্তি যোগান ধৰাৰ লগতে যৌন ক্ষমতা বঢ়োৱাত সহায় কৰে ৷

পালেং শাকত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম থাকে৷ মেগনেচিয়ামে শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে ৷ গৱেষকৰ মতে ৰক্ত সঞ্চালন বৃদ্ধিৰ কাৰণে যৌন উদিদীপনাও বৃদ্ধি হয়৷ ইয়াৰ লগতে ব্ৰকলি, লেটুছ, ফুলকবি, বন্ধাকবি আদিত ফলেট, ভিটামিন বিসহ অন্যান্য এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে যৌন শক্তি বৃদ্ধিত সহায় কৰে ৷

নহৰুৱে ঋতুস্ৰাৱ স্বাভাৱিক কৰাত, গেছ নিৰ্গত কৰাত, নিস্তেজ লোকৰ মাজত যৌন ক্ষমতা বৃদ্ধি কৰাত, বীৰ্য বৃদ্ধি তথা গাঢ় কৰাত আদিত সহায় কৰে ৷ সেয়ে পুৰুষৰ যৌন শক্তি বৃদ্ধিত নহৰুৱে বিশেষ অৱদান আগবঢ়ায় ৷

তৰমুজক মূলতঃ প্ৰাকৃতিক ভায়াগ্ৰা বোলা হয়৷ গৱেষণাৰ পৰা জনা মতে তৰমুজত এনে কিছুমান বিশেষ উপাদান আছে, যিবোৰে শৰীৰত যৌন উত্তেজনা বৃদ্ধি কৰাত সহায় কৰে ৷
সকলো ধৰণৰ বাদামত প্ৰচুৰ পৰিমাণৰ ফেট আৰু কলেষ্টৰেল সমৃদ্ধ, যিয়ে যৌন শক্তি বৃদ্ধি কৰে তথা বীৰ্য প্ৰস্তুত তথা ঘন কৰাত সহায় কৰে ৷

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Leave a Comment