সংগীয়ে পৰকীয়া কৰে নেকি ? সম্পর্ক জীয়াই ৰখাৰ উপায় জানক

WhatsApp Follow

যিমানেই ব্যস্ত, সিমানেই সমস্যাৰে ভৰা। ব্যক্তিগত জীৱনটো বহুত সমস্যাৰ সৃষ্টি হয়। তেনে এটা সমস্যা হ’ল বিচ্ছিন্নতা।

সুন্দৰ সম্পর্কৰ মাজত যদি পৰকীৰ সমস্যা আহি পৰে ! যদি মন ভাঙি যায়, আপোনাৰ সংগী যদি অইন কাৰোবাক ভাল পাবলৈ আৰাম্ভ কৰে ? তেনেহলে আপোনাৰ কৰণীয় কি হ’ব।

হয়, সম্পৰ্কটো ৰাখিবলৈ চেষ্টা কৰিব পাৰে। এই সময়ত পজিটিভ হ’ব লাগিব। হঠাৎ সংগীৰ ওপৰত খং নকৰিব। তেওঁ কিয় আন কাৰোবাৰ লগত সম্পৰ্ক স্থাপন কৰিলে সেয়া বুজিবলৈ চেষ্টা কৰক।

আপুনি ঠিক কি পাবলৈ চেষ্টা কৰিছে, যিটো দিব নোৱাৰিলে? বন্ধুৰ দৰে সেই প্ৰয়োজনীয়তাবোৰৰ বিষয়ে মুকলিকৈ কওক। মানসিক আৰু শাৰীৰিক দুয়োটা প্ৰয়োজনীয়তা থাকিব পাৰে। এই বিষয়ে বুজাবুজিলৈ আহক।

কাৰোবাৰ লগত সাময়িক সম্পৰ্কও হ’ব পাৰে। কেতিয়াবা দেখা যায় যে কেইদিনমানৰ পিছত সেই আকৰ্ষণ ক্ষয় যায়। সম্পৰ্ক শেষ কৰাৰ হঠাৎ সিদ্ধান্ত নলব। ভালকৈ কথা ক’বলৈ চেষ্টা কৰক। কাৰণ প্ৰেম বেছি দিন টিকে, আকৰ্ষণ নহয়।

Leave a Comment