জুলাইত নতুন 22,765 চাকৰি আহি আছে । কেনেকৈ পঢ়িব ! কোন খন কিতাপ পঢ়িব ! কন খন কিতাপৰ পৰা প্রশ্ন আহিব ! সেই সকলো খিনি কথা আজি এই ভিডিওত কোৱা হৈছে, সেই বাবে এই ভিডিওটো সম্পূর্ণ চাব।
ভিডিও চাবলৈ তলত ক্লিক কৰক
আপুনি যদি কিতাপ পঢ়ি ভালপায় তেনেহলে তলত কিলিক কৰক
Sl | Book Name | Author Name And Publisher Date |
---|---|---|
1 | 📖 সেন্দুৰ | ভবেন্দ্র নাথ শইকীয়া |
2 | 📖 কীর্ত্তন আৰু নাম ঘোষা | |
3 | 📖 আধা লেখা দস্তাবেজ | মামণি ৰয়ছম গোস্বামি |
4 | 📖 মোৰ জীৱন-সোৱৰণ | লক্ষ্মীনাথ বেজবৰুৱা |
5 | 📖 মনোমতী | ৰজনীকান্ত বৰদলৈ |
6 | 📖 পৃথিৱীৰ অসুখ | যোগেশ দাস |
7 | 📖 পিতা পুত্র | |
8 | 📖 ককাদেউতাৰ হাড় | নৱকান্ত বৰুৱা |
9 | 📖 অসীমত যাৰ হেৰাল সীমা | কাঞ্চন বৰুৱা ( ২০১৫ ) |
10 | 📖 জয়মতী | শ্রীযুত পদ্মনাথ গোহাঞি বৰুৱা |
11 | 📖 মাণিকিমধুৰী | শ্রী অতুলচন্দ্র হাজৰিকা |
12 | 📖 দীপালী | শ্রী অতুলচন্দ্র হাজৰিকা |
13 | 📖 হালধীয়া চৰায়ে বাও ধান খায় | হোমেন বৰগোহাঞি |
14 | 📖 মোৰ সাংবাদিক জীৱন | হোমেন বৰগোহাঞি |
15 | 📖 আনন্দ আৰু বেদনাৰ সন্ধানত | হোমেন বৰগোহাঞি |
16 | 📖 অস্তিত্বৰ জ্যোতির্ময় চেতনা | হোমেন বৰগোহাঞি |
17 | 📖 কণ্ঠহাৰ | চৈয়দ আব্দুল মালিক |
18 | 📖 ফাগুনৰ শেষ হাঁহি | চৈয়দ আব্দুল মালিক |
19 | 📖 ৰূপাবৰিৰ পলস | চৈয়দ আব্দুল মালিক |
20 | 📖 নল বিৰিণা খাগৰি | চৈয়দ আব্দুল মালিক |
21 | 📖 এজনী নতুন ছোৱালী | চৈয়দ আব্দুল মালিক |
22 | 📖 ৰথৰ চকৰি ঘূৰে | চৈয়দ আব্দুল মালিক |
23 | 📖 ৰম্যভূমি | ভবেন্দ্র নাথ শইকীয়া |
24 | 📖 গহ্বৰ | ভবেন্দ্র নাথ শইকীয়া |
25 | 📖 জীৱন-বৃত্ত | ভবেন্দ্র নাথ শইকীয়া |
26 | 📖 সেন্দুৰ | ভবেন্দ্র নাথ শইকীয়া |
27 | 📖 উপকণ্ঠ | ভবেন্দ্র নাথ শইকীয়া |
28 | 📖 শেষ পৃষ্ঠা | ভবেন্দ্র নাথ শইকীয়া |
29 | 📖 পার্ৱতিপ্রসাদ বৰুৱাৰ কৃতি আৰু কৃতিত্ব | ড০ কৰবী ডেকা হাজৰিকা |
30 | 📖 মুকুতা-মালা | ড০ কৰবী ডেকা হাজৰিকা |
1 thought on “জুলাইত নতুন 22,765 চাকৰি | কি কিতাপ পঢ়িব ?”