786 লিখা বিশেষ নোট থাকিলেই আপুনি কোটিপতি | তাৰ বাবে কি কৰিব লাগিব জানক

WhatsApp Follow

আজিৰ যুগত সকলোৱে টকা উপার্জন কৰিব বিচাৰে, সেই সকলৰ বাবে আজি আমি লৈ আহিছো এই বিশেষ উপায়। আপোনাৰ হাতত যদি এইসমূহ নোট থাকে তেনেহলে অতি কমেও ৩ লাখ টকা পাব ! টকা পোৱাৰ বাবে কি কৰিব লাগিব সেয়া জানিবলৈ সম্পূর্ণ পঢ়িব…

টকা পোৱাৰ বাবে সেই নোটত কিছুমান বিশেষত্ব থাকিব লাগিব ! ৫, ১০, ২০, ৫০, ১০০ আৰু ২০০ টকাৰ নোট যদি আপোনাৰ লগত আছে মুহূর্ততেই আপুনি লাখপতি হ’ব পাৰিব । এই অফাৰ সমূহ চলি আছে বিভিন্ন ৱেবচাইটে, এই ৱেবচাইট সমূহত পূৰণা নোত বিক্রী কৰি ৫ লাখ টকা উপার্জন কৰিব পাৰে । কিন্তু এই মুহূর্তে সকলোতকৈ ট্রেন্ডিংত আছে 786 লিখা ১০০ আৰু ১০ টকাৰ নোট । কিন্তু এটা কথা মনত ৰাখিব এইসমূহ নোট হ’ব লাগিব পূৰণা ।

হয়তো আপুনি ভাৱিব পাৰে 786 নোটৰ ইমান বিশেষত্ব কিয় ? তাৰ বাবে আপোনাক জনাই থব বিচাৰো যে এই পৃথিৱীত বহু ধর্ম আছে, আৰু ধর্মপ্রান মানুহও আছে, তাৰে ভিতৰত মুছলিম ধর্মাৱলম্বী লকৰ মাজত এই 786 নম্বৰোটোৰ বিশেষত্ব । মুছলিম ধর্মাৱলম্বী লোকসকলে এই নম্বৰটো শুভ বুলি মনা হয় । অকল মুছলিম ধর্মাৱলম্বী লোক নহয় হিন্দু, বৌদ্ধ, খ্রিষ্টান ধর্মাৱলম্বী লোকেও ইয়াক শুভ বুলি মানে ।

আপুনি এই নোট বিক্রী কৰিবলৈ প্রথমেই আপোনাক ( ebay.in ) বা কুইকাৰ নহলে ইন্ডিয়ামার্ট ৱেবচাইটত যাব লাগিব । তাত আপোনাক বিক্রেতা হিচাপে ছাইন ইন কৰিব লাগিব । তাৰ পাছত আপোনাৰ সেই পূৰণা নোটৰ ফটো উঠাব লাগিব, আৰু আপলোড কৰিব লাগিব । আপলোড কৰাৰ পাছত বিজ্ঞাপন হিচাপে গ্রহণ কৰিব ইবে, পৰৱর্তীতে সেই ফটো গ্রাহকক ইচ্ছুক গ্রাহকক দেখা ইবে । তাৰ পাছত গ্রাহকে ডাইৰেক্ট আপোনাৰ লগত কন্টাক্ট কৰি সেই নোট ক্রয় কৰিব ।

৫, ১০, ২০, ৫০, ১০০, ২০০ টকাৰ নোট বিক্রী কৰিবলৈ তলত ক্লিক কৰক !

Leave a Comment