ভাৰতৰ আটাইতকৈ দীঘল ৰেলখন কোনখন ? যাৰ দৈৰ্ঘ্যই আপোনাক আচৰিত কৰি তুলিব !

Daily Job Update Follow

এই ৰে’লখনক দেশৰ ‘লাইফলাইন’ বুলি কোৱা হয়। প্ৰতিদিনে লাখ লাখ লোকে ৰেলযোগে এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰে। কিন্তু ৰেলৱেৰ বহু অজ্ঞাত তথ্যৰ ভিতৰত এটা হ’ল ভাৰতৰ কোনখন ৰে’ল আটাইতকৈ দীঘল? ইয়াৰ দৈৰ্ঘ্য প্ৰায় সাড়ে ৩ কিলোমিটাৰ। এনে কিছুমান অজ্ঞাত প্ৰশ্নৰ উত্তৰ এই প্ৰতিবেদনত দিয়া হৈছে, এবাৰ চাওকচোন।

১) প্ৰশ্ন : ভাৰতত ৰেলৰ চকা ক’ত তৈয়াৰ কৰা হয়?
উত্তৰঃ ৰেলৰ চকা বাংগালুৰুত নিৰ্মাণ কৰা হয়।

২) প্ৰশ্ন : কোন দেশৰ মানুহে বৰফৰ ঘৰত বাস কৰে?
উত্তৰঃ উত্তৰ মেৰুৰ মানুহে বৰফৰ ঘৰত বাস কৰে।

৩) প্ৰশ্ন : ভাৰতৰ আটাইতকৈ ধনী চহৰ কোনখন?
উত্তৰঃ ভাৰতৰ আটাইতকৈ ধনী চহৰখন হৈছে মুম্বাই।

৪) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক আপেল উৎপাদন হয়?
উত্তৰঃ ভাৰতত আপেলৰ সৰ্বাধিক উৎপাদন জম্মু-কাশ্মীৰত।

৫) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত কোনটো প্ৰাণীৰ তেজ সৰ্বাধিক দামী ?
উত্তৰঃ পৃথিৱীৰ আটাইতকৈ দামী তেজ হৈছে কেঁকোৰা, যাক ঘোঁৰাৰ নালৰ কেঁকোৰা বুলি কোৱা হয় আৰু ইয়াৰ তেজৰ ৰং নীলা।

৬) প্ৰশ্ন : কোকিল কোনখন ৰাজ্যৰ জাতীয় চৰাই?
উত্তৰঃ কোকিল ঝাৰখণ্ডৰ জাতীয় চৰাই।

৭) প্ৰশ্ন : কোনবোৰ ফল খালে হৃদযন্ত্ৰ শক্তিশালী হয়
উত্তৰঃ বুটমাহ খালে হৃদযন্ত্ৰ বন্ধ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

৮) প্ৰশ্ন : কোনটো প্ৰশ্নৰ উত্তৰ সদায় সলনি হৈ থাকে?
উত্তৰঃ এই প্ৰশ্নৰ উত্তৰ হ’ল ‘এতিয়া কিমান বাজিছে?’ বা ‘কি বজাত?’

৯) প্ৰশ্ন : কোন যুগত মহাভাৰত যুদ্ধ সংঘটিত হৈছিল?
উত্তৰঃ মহাভাৰত ত্ৰেতা যুগত সংঘটিত হৈছিল।

১০) প্ৰশ্ন : ভাৰতৰ ভিতৰত কোনখন ৰেল আটাইতকৈ দীঘল হয় জানেনে?
উত্তৰঃ ভাৰতৰ আটাইতকৈ দীঘল ৰেলখনৰ নাম ছুপাৰ ভাছুকি। এই ৰেলখন চলাবলৈ ৬টা ইঞ্জিনৰ প্ৰয়োজন, ৰেলখনত ২৯৫টা ডবা আছে। ৰেলখনৰ দৈৰ্ঘ্য সাড়ে ৩ কিলোমিটাৰ।

Leave a Comment