অসম গ্রামীণ আম্ভঃগাঠনি আৰু কৃষি সেৱা চছায়টিত চাকৰি | ARIAS Society Recruitment 2023

ARIAS Society Recruitment 2023, অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা চমুকৈ আৰিয়াছ ছ’চাইটিয়ে বিশুদ্ধ অস্থায়ী ঠিকাভিত্তিক ১৫টা তথ্য বিশ্লেষক, জিলা পৰিবেশ সমন্বয়ক আৰু সহকাৰী বীজ প্ৰমাণীকৰণ বিষয়া পদত নিযুক্তিৰ বাবে আৱেদন আমন্ত্ৰণ জনাইছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিব পাৰিব।

বিভাগৰ নামARIAS Society Recruitment
Post’ ৰ নামARIAS Society Recruitment
পোষ্টৰ সংখ্যা১৫ টা
শিক্ষাগত অৰ্হতাযিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা/অৰ্থনীতি বা ঘনিষ্ঠ বিষয়ত স্নাতকোত্তৰ। তথ্য প্ৰশাসন, তথ্য ব্যৱস্থাপনা, আৰু কম্পিউটাৰ আৰু তথ্য প্ৰযুক্তিৰ ওপৰত ভাল দক্ষতা থাকিব লাগে।
বয়স-সীমা৫০ বছৰৰ অধিক হ’ব নালাগে।
দৰমহাবছৰি ৪.২০ লাখ টকা
শেষ তাৰিখDate of Walk-in Interview: 18th May,2023 (9.30 AM – 11.00 AM)
More Info.Click Here
Apply LinkClick Here
Click Here
CopyAMP code

1 thought on “অসম গ্রামীণ আম্ভঃগাঠনি আৰু কৃষি সেৱা চছায়টিত চাকৰি | ARIAS Society Recruitment 2023”

Leave a Comment