জীৱনত কোটিপতি হ’ব বিচাৰিলে এই অভ্যাসবোৰ পৰিহাৰ কৰক

Join Telegram

( Avoid these habits if you want to become a millionaire in life ) ধনী হ’বলৈ হ’লে এতিয়াই সাৱধান হওক । কাৰণ এই সকলোবোৰ অভ্যাস নিৰ্মূল নকৰিলে অতি সোনকালে আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব । টকা উপাৰ্জনৰ বাবে আমি বহুত কষ্ট কৰো । কঠোৰ পৰিশ্ৰম আৰু ভাগ্যই যদি একেলগে আপোনাক সমৰ্থন নকৰে তেন্তে আপুনি যিমানেই চেষ্টা নকৰক কিয় ডাঙৰ ধণী হ’ব নোৱাৰে । নীতি শাস্ত্ৰৰ মতে এই সকলোবোৰ অভ্যাস থাকিলে টকা থাকিলেও সহজে পকেটৰ পৰা ওলাই যাব । অভ্যাসবোৰ কি কি জানক –

এলেহুৱাতা,
নীতি-নিয়ম অনুসৰি যদি আপুনি এজন এলেহুৱা মানুহ । তেতিয়া আপুনি কেতিয়াও ডাঙৰ মানুহ নহ’ব । কথাষাৰ হ’ল, যিজনে কাম নকৰে, তেওঁ কোনো ধৰণে টকা উপাৰ্জন কৰিব নোৱাৰে ।

নাৰীৰ প্রতি দুর্বল,
যিসকল পুৰুষে মহিলাৰ ফালে বেয়া চকু দিয়ে সেই সকলৰ পুৰুষৰ কেতিয়াওঁ উন্নতি নহয়, দেৱী লক্ষ্মী ঠাকুৰেও নাৰীক অসন্মান কৰাটো অনুমোদন নকৰে । গতিকে নাৰীক সন্মানেৰে দেখিব ।


আৰু পঢ়ক
>> ঘৰৰ ভিতৰত এই গছবোৰ ৰোপণ নকৰিব ! নহলে দৰিদ্রতা আহিব।
>> বৈষ্ণো দেৱীৰ মুদ্ৰা বিক্ৰী কৰিলে পাব ৫ লাখ টকা


দুপৰীয়া শুব নালাগে,
ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে মানুহৰ কামৰ সময় । আৰু যদি কোনোবাই সেই সময়খিনি শুই পাৰ কৰে, তেন্তে তেওঁ যিয়েই নকৰক কিয় টকা উপাৰ্জন কৰাটো তেওঁৰ বাবে সম্ভৱ নহয় । সেই বাবে দুপৰীয়া শুব নালাগে ।

1 thought on “জীৱনত কোটিপতি হ’ব বিচাৰিলে এই অভ্যাসবোৰ পৰিহাৰ কৰক”

Leave a Comment