কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কেইবাটাও আঁচনি পৰিচালনা কৰা হৈছে, যাৰ ভিতৰত এটা হৈছে আয়ুষ্মান ভাৰত যোজনা (Ayushman Bharat Yojana)। Modi Govt এ দেশৰ দৰিদ্ৰ পৰিয়ালবোৰক বিনামূলীয়া আৰু উন্নত চিকিৎসা প্ৰদান কৰাৰ বাবে আয়ুষ্মান ভাৰত যোজনা (প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা-PMJAY) আৰম্ভ কৰিছে। আঁচনিখন দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে যিসকলে ব্যয়বহুল স্বাস্থ্য সেৱা প্ৰাপ্ত নকৰে।
আয়ুষ্মান কার্ড কেনেকৈ বনাব সেই বিষয়ে তলত এটা ভিডিও দিয়া হৈছে, ভিডিওত ক্লিক কৰি সম্পূর্ণ চালে গম পাব, যে আয়ুষ্মান কার্ড কেনেকৈ বনাব লাগে, চাওক তলৰ ভিডিও…
Contents
hide
ভিডিও চাওক
CopyAMP code
1 thought on “আপোনাৰ মোবাইলত বনাওক আয়ুষ্মান কার্ড, কেনেকৈ বনাব…”