( বিজনেছ আইডিয় ) আমাৰ দেশৰ বহু মানুহ আছে যিসকলে নিজে কিবা এটা কৰি বিচাৰে, তেওঁলোকে ভাৱে যে নিজৰ কিবা এটা বিজনেছ হওঁক। সেই বাবে বন্ধু বান্ধৱী সকল আজি আমি আলোচনা কৰিম Business Idea বিষয়ে আশা কৰোঁ এই Business Idea সমূহ আপোনালোৰ কামত আহিব।
>1. Fish Farming [Business Idea In Assamese]

Fish Farming এতিয়া বহু শিক্ষিত মানুহে কৰিব আৰাম্ভ কৰিছে, Fish Farming আপুনি নিজৰ ঘৰতে কৰিব পাৰিব। Fish Farming ৰ বাবে কেইদিনমানৰ প্রশিক্ষণ গ্রহণ কৰিব লাগিব। আমাৰ অসমৰ বহু প্রান্তে প্রান্তে টকা লৈ প্রশিক্ষণ দিয়া হয়, আপুনিও যদি প্রশিক্ষণ ল’ব বিচাৰে তেনেহলে তেওঁলোকৰ লগত যোগাযোগ কৰক।
2. Bakery Shop

বেকাৰী সামগ্রীবোৰ সদায় মানুহৰ মাজত জনপ্রিয় হৈ আহিছে। আপুনি এই ব্যৱসায়টো আপোনাৰ ঘৰৰ পৰাই আৰাম্ভ কৰিব পাৰে বা ফ্রেঞ্চাইজি লৈও বেকাৰী সামগ্রীবোৰ সদায় মানুহৰ মাজত জনপ্রিয় হৈ আহিছে। আপুনি এই ব্যৱসায়টো আপোনাৰ ঘৰৰ পৰাই আৰাম্ভ কৰিব পাৰে বা ফ্রেঞ্চাইজি লৈও । বেকাৰী ব্যৱসায় সীমিত বিনিয়োগেৰে আৰাম্ভ কৰিব পাৰিব।
3. Bag Making Business

আমি বজাৰত দেখি থকা বহু ব্যাগ ঘৰতে বনোৱা, যেনে School Bag, Carry Bag, এই সমূহ ব্যাগ আপুনি ঘৰতে বনাই বিক্রি কৰিব পাৰে। ব্যাগ ঘৰতে বনোৱাৰ বাবে আপোনাৰ লাগিব এটা চিলাই মেচিন, আৰু ব্যাগ বনোৱা সামগ্রী। এই বিজনেছৰ বাবে বিনিয়োগ হ’ব ৪০ হাজাৰ পৰা ৫০ হাজাৰ টকা। আপুনি যদি ব্যাগ বনাই বক্রি কৰে তেনেহলে প্রতি মাহে ২০,০০০ পৰা ৩০,০০০ টকা উপার্জন কৰিব পাৰিব।
4. Grocery Store

আজিৰ যুগত Grocery Store মানৱ জাতিক জিয়াই থকাৰ বাবে অতি অত্যাৱশ্যকীয়। আপুনি এই বিজনেছ ঘৰতেই কৰিব পাৰিব, আপুনি আপোনাৰ ঘৰতেই বিভিন্ন ধৰণৰ গ্রোচাৰী দোকান স্থাপন কৰিব পাৰে, ইয়াক মিনি চুপাৰমার্কেটৰ দৰে বিকশিত কৰিব পাৰি বা গুদাম ঘৰ হ’ব পাৰে য’ত গ্রাহকে ঘৰুৱা বাবে অর্ডাৰ দিব পাৰে।
5. Car And Bike Cleaning Services

যেতিয়ালৈকে Car বা Bike থাকিব, তেতিয়ালৈকে Car And Bike Cleaning Business থাকিব। আপুনি এই বিজনেছ অতি সহজতে আৰাম্ভ কৰিব পাৰে, আৰু টকা উপার্জন কৰিব পাৰে।
6. Clothing And Appare

এটা বস্তু আৱেগত বিক্রী হয় আৰু সেয়া হৈছে কাপোৰ। যদি গ্রাহকে আপোনাৰ দোকানৰ ওচৰত আহে, অফলাই বা অনলাইন, গ্রাহকে আপোনাৰ কাপোৰত কিবা ভাল লাগিব পাৰে আৰু লগে লগে অর্ডাৰ দিব পাৰে। কাপোৰৰ বিজনেছ এনেকুৱা এটা বিজনেছ যি সকলো সময়ত গ্রাহক আছে। কেৱল আপোনাৰ কাপোৰৰ বাবে সঠিক গ্রাহক প্রয়োজন।
7. Goat Farming

ঘৰতে ছাগলীৰ ফ্রাম কৰিব পাৰে, হয় বন্ধু বান্ধৱী সকল আপুনি আপোনাৰ ঘৰতেই ছাগলী পুহিব পাৰে। আপুনি বজাৰৰ সৰু সৰু ছাগলীৰ পোৱালী ক্রয় কৰক, আৰু নিজৰ ঘৰতে পুহ-পাল দিয়ক। যেতিয়া সেই ছাগলীৰ পোৱালীটো ডাঙৰ হ’ব তেতিয়া বিক্রি কৰক।
8. Mobile Store

আজিৰ যুগত স্মার্টফোন অবিহনে পৃথিৱীখন অকল্পনীয়। সকলো প্রজন্মৰ লোকৰ মাজত স্মার্টফোনৰ প্রয়োজনীয়তা বৃদ্ধি পাইছে, যদি আপুনি ভাল পৰিমাণৰ ধন উপার্জন কৰিব বিচাৰে তেনেহলে Mobile Store খুলিব পাৰে।
9. cSP business

Customer Service Point খুলিব পাৰে, যিকনো বেংকৰ CSP ল’ব পাৰে। যেনে Axis Bank, State Bank Of India, Punjab National Bank, Allahabad Bank, আৰু বহুতো বেংক আছে অসমত আপুনি যিকনো এটা বেংকৰ CSP ল’ব পাৰে। এই Business ত বিনিয়োগ হ’ব 15,000 পৰা 25,000 টকা।
> অনলাইনৰ পৰা টকা কেনেকৈ উপার্জন কৰিব পাৰি
10. Tea Bag Making Business

অসম চাহ বাগিচাৰ বাবে আটাইতকৈ বিখ্যাত। অসমৰ সর্বশ্রেষ্ঠ ব্যৱসায়ৰ বাবে আটাইতকৈ স্পষ্ট বাছনি হৈছে চাহৰ উদ্যোগ, চাহ আমাৰ ভাৰতীয়সকলৰ বাবে এক মুখ্য পানী, ইয়াৰ অর্থ হৈছে যে আপোনাৰ ঠাইত এখন চাহৰ দোকান দিব পাৰে।
11. Graphic Design Business

আপুনি যদি Graphic Design যানে তেনেহলে আপুনি Graphic Design ৰ কাম আৰাম্ভ কৰিব পাৰে। Graphic Design Business ৰ বাবে আপোনাৰ নাগিব এটা লেপটোপ বা কম্পিউটাৰ, আৰু এটা প্রিন্টাৰ তাৰ লগতে আৰু আৰু কিছুমান বস্তু লাগিব। আৰু সকলো মিলাই এই Business ত বিনিয়োগ হ’ব 30,000 পৰা 40,000 টকা।
12. Coffee Shop

Coffee Shop উদ্যোগ হঠাতে বৃদ্ধি লগতে, কফিৰ চাহিদাও বৃদ্ধি পাইছে। আজিৰ সময়ত আটাইতকৈ পছন্দ খাদ্য হৈছে কফি, সেইবাবে অতি কম বিনিয়োগ কৰি অতি সহজে এই বিজনেছ আৰাম্ভ কৰিব পাৰে।
13. Cow Farming Business

ঘৰু আমাৰ দেশত সকলোৱে ভাল পায়, আপুনি যদি ঘৰতে ঘৰু পুহে তেনেহলে আপুনি বহু টকা উপার্জন কৰিব পাৰিব। এটা ক্রছ ঘৰুৰ প্রতিদিনে গাখিৰ হয় প্রায় 15 কিঃ গ্রাঃ পৰা 25 কিঃ গ্রাঃ। আপুনি প্রতিদিনে 750 টকাৰ পৰা 1250 টকাৰ গাখিৰ বিক্রি কৰিব পাৰি। এটা ঘৰু কিনিবলৈ 50,000 পৰা 80,000 টকা লাগিব।
14. Candle Making

মোমবাতিবোৰে আমাৰ প্রাচীন পৰম্পৰা প্রতিফতি কৰে, এইবোৰ নির্দিষ্ট অনুষ্ঠান আৰু ধর্মীয় উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। সেইবাবে মোমবাতি বনোৱাৰ যথেষ্ট চাহিদা আছে , এই বিজনেছটো অতি কম বিনিয়োগ কৰি আৰাম্ভ কৰিব পাৰিব।
15. Yoga And Fitness Business

বিজনেছ হিচাপে আজি কালি Yoga And Fitness ল’ব। এতিয়াৰ সময়ত মানুহে Fitness ত বহুত টকা খৰচ কৰে, সেই বাবে আপুনি এই বিজনেছ আৰাম্ভ কৰিব পাৰে।
16. Beauty Salon

Beauty Salon ৰ বিজনেছ আৰাম্ভ কৰিবলৈ কেইদিন মান প্রশিক্ষণ লোৱাৰ প্রয়োজন আছে। তাৰ পাছত এই বিজনেছ আৰাম্ভ কৰিব পাৰিব, এই বিজনেছৰ কাৰণে বেছি টকাৰ প্রয়োজন নহয় অলপ টকা হলেই এই আৰাম্ভ কৰিব পাৰিব।
17. বইলাৰৰ ফার্ম কৰক [ Business Idea In Assamese ]

ঘৰতে কৰিব পৰা এটা বিজনেছ হৈছে বইলাৰৰ ফার্ম, এই বিজনেছ কৰি বহু মানুহে সফল হৈছে সেই বাবে আপুনিও বইলাৰৰ ফার্ম কৰিব পাৰে। তাৰ বাবে আপোনাৰ প্রয়োজন হ’ব কেইদিনমানৰ প্রশিক্ষণ, যি আপোনাক ল’ব লাগিব।
18. Paper Manufacturing Business

কাগজ আমাৰ দৈনিন্দিৰ জীৱনৰ বাবে অতি মৌলিক প্রয়োজনীয়তা, যদি আপুনি সঠিক পৰিকল্পনা আৰু কার্যকৰী কৰে তেন্তে ই অসমৰ সর্বশ্রেষ্ঠ ক্ষুদ্র ব্যৱসায়িক ধাৰণাবোৰৰ ভিতৰত এটা হ’ব পাৰে।
19. Photographer Business

ফটো উঠাৰ ইচ্ছা সকলোৰে আছে, আজিৰ সময়ত সললোৱে ফটো উঠিব বিচাৰে। সেই বাবে আপুনি Photography Course কৰক, আৰু বিভিন্ন অনুস্থানত আপুনি Photographer হিচাপে কাম কৰিব পাৰে। এই বিজনেছত বিনিয়গ হ’ব প্রায় 50,000 পৰা 100,000 টকা।
20. Fast Food

এক ছার্বে অনুসৰি মানুহ যেতিয়া আৰাম কৰে বা জিৰনিত থাকে সেই সময়ত ফাষ্ট-ফুড খাদ্য খাবলৈ পছন্দ কৰে, সেই বাবে ফাষ্ট-ফুড ষ্টল বা কেফে খোলাটো আপোনাৰ বাবে অসমত সর্বশ্রেষ্ঠ নতুন ব্যৱসায়িৰ আইডিয়া হ’ব পাৰে।
1 thought on “[Top 20] Business Idea In Assamese”