আধাৰ কাৰ্ড হেৰুৱালে কি কৰিব ? সবিশেষ জানি লওক।

আধাৰ কাৰ্ড হেৰুৱালে , চিন্তাৰ প্ৰয়োজন নাই । আধাৰ কাৰ্ড হেৰুৱালে কি কৰিব লাগে এই পোষ্টটোত কোৱা হৈছে। ইয়াৰ উপৰিও এই পোষ্টটোত মই আপোনালোকক ক’ম যে আপোনাৰ আধাৰ কাৰ্ডৰ কোনোবাই অপব্যৱহাৰ কৰিব পাৰে নেকি। আধাৰ কাৰ্ড হেৰুৱালে দ্বিতীয়খন আধাৰ কাৰ্ড ল’বলৈ কোনো চৰকাৰী কাৰ্যালয়লৈ যাব নালাগে। দ্বিতীয়খন আধাৰ কাৰ্ড আপুনি ঘৰৰ পৰাই অনলাইনত ডাউনলোড কৰিব … Read more

অনলাইনত পেন কাৰ্ডৰ বাবে আবেদন কৰাৰ সহজ উপায় জানি লওক !

পেন কাৰ্ড এখন অতি গুৰুত্বপূৰ্ণ নথি। আয়কৰ ৰিটাৰ্ণ, বেংক একাউণ্ট খোলা, ঘৰ বা গাড়ী কিনা বা ব্যৱসায় আৰু বৃহৎ পৰিমাণৰ ধন ট্ৰেন্সফাৰ কৰাৰ লগতে চৰকাৰী আন বহুতো গুৰুত্বপূৰ্ণ কামত ইয়াক ব্যৱহাৰ কৰা হয়। ভাৰতীয় নাগৰিকে সহজেই নিজৰ আধাৰ কাৰ্ড তৈয়াৰ কৰিব পাৰে। এই পোষ্টটোত আপোনালোকক ঘৰৰ পৰাই অনলাইনত পান কাৰ্ড কেনেকৈ বনাব পাৰি তাৰ বিষয়ে … Read more

Vivo’ৰ বাজেট ফোনটোৰ মূল্য হ্ৰাস, মাত্ৰ ৭,৪৯৯ টকাত উপলব্ধ !

ভিভ’ই তেওঁলোকৰ বাজেট কেটেগৰীত মুকলি কৰিলে Vivo Y18i 4G স্মাৰ্টফোন। এই ফোনটো বাজেট কেটেগৰী ব্যৱহাৰকাৰীসকলক মনত ৰাখি যোৱা বছৰৰ জুলাই মাহত মুকলি কৰা হৈছিল। এইবাৰ কোম্পানীয়ে ফোনটোৰ মূল্য ৫০০ টকা কমালে। এই তথ্য আমি অনলাইন উৎসৰ জৰিয়তে জানিব পাৰিলোঁ। Vivo Y18i 4G স্মাৰ্টফোনৰ নতুন মূল্য আৰু স্পেচিফিকেশনৰ সবিশেষৰ বিষয়ে বিতংভাৱে জানো আহক। Vivo Y18i ৰ … Read more