সপোনত সাপ দেখিলে কি হয় | সপোনত সাপ দেখাৰ অর্থ | Dreams About Snakes In Assamese

WhatsApp Follow

( Dreams About Snakes In Assamese ) এজন মানুহৰ জীৱনত বহুতো কিবা কিবি  সপোন দেখে কিন্তু যদি আপুনি  সপোন সাপ দেখে, আৰু তাৰ অর্থ নাজানে তেনেহলে আপুনি চিন্তাত পৰিব পাৰে ।  সাপ দেখা ভাল নে বেয়া সেইটো আজিৰ এই আর্টিকেলটোত আলোচনা কৰিম, সেই বাবে সম্পূর্ণ পঢ়িব –

১/ সপোনত সাপ মাৰিলে কি হয় ? সপোনত বহুতো সাপ একেলগে আৰ্বিভাৱ হোৱাটো অশুভ ।  কিন্তু যদি আপুুনি সপোনত সাপক হত্যা কৰে, বা আঁতৰাই দিয়ে, ইয়াক শুভ বুলি গণ্য কৰা হয় ।  ইয়ে আসন্ন সংকটৰ পৰা পৰিত্ৰাণ পোৱাটো সূচায় ।

২/ সাপে আপোনাক সপোনত খেদিলে কি হয় ? যদি এডাল সাপে আপোনাক সপোনত প্ৰায়ে খেদে, তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি কিবা এটা বস্তুক অত্যন্ত ভয় কৰে আৰু আপুনি ভাল নোপোৱা সত্যক সহজে গ্ৰহণ কৰিব নোৱাঁৰে ।  অদূৰ ভৱিষ্যত আপোনাৰ লগত, তেনে কোনো ভয়ংকৰ পৰিস্থিতি হোৱাটোহে সূচায় ।  সপোনত সাপৰ পাছে পাছে দৌৰাটোকো অশুভ বুলি গণ্য কৰা হয় ।

৩/ সপোনত সাপে খুঁটিছে দেখিলে কি হয় ? যদি সাপে আপোনাক সপোনত খুঁটিছে তেন্তে ইয়াৰ অৰ্থ হৈছে আপুনি সোনকালেই গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে ।

৪/ সপোনত যদি দেখে সাপে আপোনাক কামুৰিবলৈ খেদি আছে ? কেতিয়াবা সপোনাত দেখা যায় যে আপোনাক সাপে কামুৰিবলৈ খেদি আছে ।   সাপৰ পৰা আপুনি বাচি নাযায় আৰু সাপে আপোনাক কামোৰে । ই আপোনাৰ বাবে শুভ ।  ইয়াৰ অৰ্থ এইটোৱে যে আপোনাৰ সন্মান বঢ়াৰ লগতে ধনৰ প্ৰাপ্তি হ’ব পাৰে । গতিকে সপোনত সাপ দেখিলে ভয় নাখাব ।  সাপ দেখাটো শুভ লক্ষণ ।

আৰু পঢ়ক-

৫/ সপোনত সাপৰ দাঁত দেখিলে কি হয় ? সপোনত সাপৰ দাঁত দেখাটো অশুভ বুলি গণ্য কৰা হয় ।  ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ এজন বন্ধু বা আত্মীয়ই আপোনাৰ ক্ষতি কৰিব পাৰে ।   গতিকে এই সপোনটো অহাৰ পিছত কেইদিনমানৰ বাবে খুবেই সাৱধান হ’ব ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment