2022 Eid Mubarak Wishes In Assamese | ঈদ মোবাৰকৰ শুভেচ্ছা বাণী

(Eid Mubarak Wishes In Assamese) ঈদ হৈছে মুছলিম সকলৰ এটা আনন্দৰ দিন, গোটেই মাহ ৰোজা ৰখাৰ পাছত আহে ঈদৰ দিন। ঈদ মানেই আনন্দ ঈদ মানেই ফুর্তি আৰু সেই আনন্দক আৰু অধিক কৰিবলৈ আজি আমি এই আর্টিকেলটোত কেইটামান Eid Mubarak Wishes, Quotes, Status, SMS, Shayari লিখি আপোনালোকৰ আগত আগবঢ়াম। এই Eid Mubarak Wishes বা ঈদ মোবাৰকৰ শুভেচ্ছা বাণী সমূহ আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি ঈদৰ আনন্দ দ্বিগুণ কৰিব পাৰে।

Eid Mubarak Wishes In Assamese

বন্ধু তুমি বহুত দূৰত, সেয়ে তোমাক মনত পৰে, সন্দৰ এই সময় কাটক আনন্দত, সকলো কষ্ট পাহৰি যাবা আপোনজনৰ হাঁহিত।

Eid Mubarak Wish

তুমি আৰু তোমাৰ পৰিয়ালক জনাও বহুত বহুত ঈদৰ শুভেচ্ছা।

শুভ ঈদ মোবাৰক

ঈদ আহিবলৈ এদিন বাকি, ইমান আনন্দ ক’ত ৰাখিম, কোৱাটো বহুত ইজি, ঈদৰ কামত সকলোৱে বিজি, এটা বছৰ পিছত আহে সেই দিন, বহুতেই ঈদৰ কামত বিজি, আনন্দটো সকলোৰে মাজত।

Eid Mubarak

> অসমীয়াত নামাজ শিক্ষা


গোটেই দেশত চলিছে ঈদৰ উৎসব, ঈদ মানে আনন্দ ঈদ মানে ফুর্তি, ঈদ মানে হাজাৰ কষ্টৰ মাজতো অলপ হাঁহি।

Happy Eid Mubarak

শুভ ৰজনী, শুভ দিন। ৰাতি শেষ হলেই ঈদৰ দিন। উপভোগ কৰিবা গোটেই দিন, ঈদ নাপাবা প্রতিদিন, আমন্ত্রণ থাকিল ঈদৰ দিন।

ঈদৰ শুভেচ্ছা থাকিল।

ৰমজান মাহ আহিল, ৰহমতৰ ১০ দিন গ’ল, মাগফিৰাতৰ ১০ দিন গ’ল, নাজাতৰ ১০ দিন গ’ল, তাৰ পিছত আহিল মহা আনন্দৰ দিন ঈদৰ দিন।

ঈদ মোবাৰক

ঈদটো হওক ঈদৰ দৰে, দুঃখ হওক দূৰ, গোটেই পৃথিৱীত পঢ়ক আনন্দৰ সুখ, ৰাগ অভিমান পাহৰি থাকা সকলোৱে মিলি, সকলো কষ্ট পাহৰি হাঁহিম সকলোৱে।

সকলোকে ঈদৰ আন্তিৰিক শুভেচ্ছা থাকিল।

সকলোলৈকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

ইদ মোবাৰক

ঈদৰ এই পৱিত্র ক্ষণত সকলোয়ে প্রেম মহানুভূতি আৰু ভাতৃত্বৰ এনাজৰীৰে যেন বান্ধ খাওক। তাৰেই কামনাৰে সকলোলৈকে ঈদৰ শুভেচ্ছা জনালো।

Happy Eid Mubarak

ঈদ মোবাৰাক। তোমাৰ জীৱনলৈ আহক সুখৰ নৈ বৈ জীৱন হৈ পৰক আলোকময়।

Happy Eid Mubarak

Assamese Eid Mubarak SMS

সৰু ডাঙৰ, ধনী গৰীৱ, বেদাবেদ নাথাকে ঈদৰ দিন, নহয় কোনেও ৰজা, নহয় কোনেও ভিক্ষাৰী, ভালপোৱা জাগে সকলোৰে প্রাণে, এই মহান ঈদৰ দিনে।

Eid Mubarak

ফুল দি নহয়, গোলাপ দি নহয়। SMS দি জনালো তোমাক ঈদ মোবাৰাক।

Happy Eid Assamese

মনৰ গৱিৰৰ পৰা শুনা পাউ ঈদৰ আনন্দ, ঈদুল ফিতৰ আহিছে আজ, শেষ হ’ল ৰমজান।

ঈদ মোবাৰাক

আকাশত জোঁনাক দেখিছো মনত বহুত আশা, কালি আমি ঈদ পালন কৰিম তুমিও আহিবা আমাৰ ঘৰত সেই বাবে কৰিলোঁ তোমাক এই SMS

Eid Mubarak

আকাশত জোঁনাক উঠিছে, কাৰণ কালি হ’ল ঈদৰ দিন, ঈদ মানে আনন্দ, ঈদ মানে ফুর্তি ঈদ মানেই হ’ল সকলোবোৰ পাহৰি সকলোকে ক্ষমা কৰাৰ দিন।

ইদ মোবাৰক

পোহৰ দিয়া জোঁনাকে আজি আহিল ঈদ লৈ ভাৱিবলৈ ভাল লাগে কাৰণ গোটেই পৃথিৱীত মোক ভালপোৱাৰ মানুহ হ’ল এজন।

ইদ মোবাৰক

আকাশ মাটিক কৈছে, সূর্য পৃথিৱীক কৈছে, জোন তৰাক কৈছে, আৰু মই তোমাক কৈছো ঈদ মোবাৰক

Happy Eid Mubarak

ডাৱৰীয়া আকশ ডাৱৰীয়া দিন, ঈদ আহিবলৈ আছে এদিন, আহিব সকলোৰে আনন্দৰ দিন, কাপোৰ চাপোৰ কিনি লওক, গৰিৱ দুখীয়াৰ খৱৰ লওক, দাওৱাদ থাকিল ঈদৰ দিন।

ঈদ মোবাৰক

আজি ভালপোৱাৰ গছত ফুল ফুটিছে কাৰণ কালিযে ঈদ,

ঈদ মোবাৰাক

নতুন দিন নতুন কিৰণ, এই কিৰণৰ প্রতিটো স্পর্শই জীপাল কৰি তোলক আপোনাৰ জীৱন।

ঈদ মোবাৰক

Assamese Eid Mubarak Quotes

সকলো ইছলাম ধর্মাৱলম্বী ৰাইজলৈ পৱিত্র ঈদৰ শুভেচ্ছা থাকিল। ঈদ মোবাৰাকসকলো ইছলাম ধর্মাৱলম্বী ৰাইজলৈ পৱিত্র ঈদৰ শুভেচ্ছা থাকিল।

ঈদ মোবাৰক

আমাৰ সকলো মুছলমান ভাই ভনীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

ঈদ মোবাৰাক

নিদ্রিত আকাশত জাগি উঠা তাৰাপীড়ৰ হাঁহিটিত আলোকিত হ’ল সমস্ত আকশ, সেই আলোকসজ্জাৰ মেলাতে হেৰাই যায়, সকলো গ্লানি ভাহি আহে এটি শুভেচ্ছা বাণী।

ঈদ মোবাৰক

ইছলাম ধর্মী ভাই ভনী সকলোলৈ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

ঈদ মোবাৰাক

আমাৰ ঘৰলৈ ঈদ খাব আহিবা, পাহৰি নাযাবা পিছত নকবা মাতা নাই বুলি।

ঈদ মোবাৰক

ইছলাম ধর্মাৱলম্বী লোকসকলৰ বাবে ঈদ হ’ল এক বিশেষ দিন, সকলো ইছলাম ধর্মাৱলম্বী ভাই ভনী সকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

ঈদ মোবাৰক শুভেচ্ছা

সকলো ভাই ভনী লৈ পৱিত্র ঈদৰ বহুত বহুত শুভেচ্ছা, আৰু মৰম জনালোঁ। জাতি ধর্ম নির্বিশেষে এই পৱিত্র ঈদে যেন কাঢ়িয়াই আনে শান্তি সমৃদ্বিৰ বার্তা।

ঈদ মোবাৰক

সকলো ইছলাম ধর্মাৱলম্বী ৰাইজলৈ ঈদৰ এই পৱিত্র ক্ষণত আন্তৰিক শুভেচ্ছা থাকিল।

Eid Mubarak Wishes

সমূহ ইছলাম ধর্মাৱলম্বী বান্ধু-বান্ধৱীলৈ পৱিত্র ঈদ উল ফিতৰৰ শুভেচ্ছা জনালোও।

Eid Mubarak

এই পৱিত্র ঈদৰ দিনৰ পৰাই আমাৰ সমাজত ভাতৃত্ববোধৰ সৃষ্টি হওক তাৰে কামনা কৰিলো।

Eid Mubarak

Eid Mubarak Wishes In Assamese

Eid Mubarak Wishes In Assamese

Eid Mubarak Wishes In Assamese

Eid Mubarak Wishes In Assamese

Eid Mubarak Wishes In Assamese

Eid Mubarak Wishes In Assamese

Eid Mubarak Wishes In Assamese

Eid Mubarak Wishes In Assamese

Eid Mubarak Wishes In Assamese

1 thought on “2022 Eid Mubarak Wishes In Assamese | ঈদ মোবাৰকৰ শুভেচ্ছা বাণী”

Leave a Comment