ৰাতিপুৱাৰ শুভেচ্ছা বাণী | Good Morning Wish In Assamese

 

বন্ধু বান্ধবী সকল আপোনালোকে আপোনালোকৰ মা, দেউতা, ভাই, ভনী, বন্ধু, বান্ধবী, ককা, মামা, পত্নী, স্বামী, বাবে ৰাতিপুৱাৰ শুভেচ্ছা বাণী বা ৰাতিপুৱাৰ শুভেচ্ছা বার্তা বিচাৰি আছে নেকি? তেনেহলে আপুনি ঠিক জাঘাত আহিছে। এই আর্টিকেলটোৰ জড়িয়তে কেইটামান ৰাতিপুৱাৰ শুভেচ্ছা বাণী বা ৰাতিপুৱাৰ শুভেচ্ছা বার্তা দিম আশা কৰোঁ, এই ৰাতিপুৱাৰ শুভেচ্ছা বাণী বা ৰাতিপুৱাৰ শুভেচ্ছা বার্তা সমূহ আপোনালোকৰ ভাল লাগিব।

 

ৰাতিপুৱাৰ শুভেচ্ছা বাণী | Good Morning Wish In Assamese

নতুন আশা নতুন দিন,
নতুন পুৱা নতুন সপোন,
ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।
 
 
 
 
 
 
পোহৰ বিচাৰি আন্ধাৰ পাওঁ
সুখ বিচাৰি বিচাৰি দুখ পাওঁ
হাঁহি বিচাৰি বিচাৰি চকুলো পাওঁ
তথাপিও আগুৱা যাওঁ
কিজানি জীৱন পথত কেতিয়াবা হঠাৎ
জিকি যাওঁ।
ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।
 
 
 
 
 
ৰাতি শেষ পুৱা হ’ল
এতিয়া তুমি চকু খোলা,
উঠা বন্ধু এতিয়া সময় কাম কৰাৰ।
ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।
 
 
 
 

Good Morning Status In Assamese

পূব পিনে সূর্য মামা
মিঠা মিঠাকৈ চায়,
ভৰৰ পাখিয়ে গান গাই মোক উঠায়।
শুভ ৰাতিপুৱা।

 
 
 
 
পূব আকাশত সূর্যৰ পোহৰ
কৈছে এতিয়া চকু খোলা,
আন্ধাৰ ঘৰত জলিছে পোহৰ
তোমাৰ দিনটো হওঁক ভাল।
শুভ ৰাতিপুৱা।
 
 
 
 
 
নতুন পুৱা লৈ আহক
নতুন নতুন আশা আৰু ভালপোৱা।

শুভ ৰাতিপুৱা।

 
 
 
 
 
কি মিঠা পোহৰৰ সৃষ্টি
ৰাতিৰ বাবে দিনৰ সৃষ্টি,
আৰু তোমাৰ বাবে মোৰ সৃষ্টি।
শুভ ৰাতিপুৱা।

 
 
 

Good Morning Quotes In Assamese

পৃথিৱীৰ মুখ মই দেখিছো
পৃথিৱীৰ বাবে তোমাৰ মুখ সৃষ্টি
আৰু সকলোতকৈ মোৰ ওচৰত
তোমাৰ মুখ শ্রেষ্ঠ।
Good Morning
 
 
 
 
 
টোপনি ভাঙে নতুন পৃথিৱী
জাগি উঠে নতুন জীৱন,
নতুন আশাত নতুন ভাষাত
ৰঙীন হওঁক তোমাৰ জীৱন,
Good Morning
 
 
 
 
 
তুমি আৰু মই ৰাতিপুৱাৰ ফুল
যদি তোমাক নাপাওঁ
তেনেহলে মোৰ বাবে সকলো ভুল
 শুভ ৰাতিপুৱা।

 
 
 
 
প্রভাতৰ বতাহত উৰিছে পখি আকাশত
ৰাতিৰ কলা মুচি গ’ল সূর্যৰ প্রকাশত
ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।
 
 
 
 
 
জীৱনত সমস্যা থাকিবই
কিন্তু জীৱনটো  সমস্যা নহয়।
সমস্যাৰ এদিন সমাধান ওলাব
কিন্তু জীৱনটো শেষ কৰি দিলে,
কোনো সমস্যাৰ সমাধান নহয়।
ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।
 
 
 
 
 
বাল্টিটোত পানী যিমানেই নাথাকক কিয়,
তাৰ পৰা পানী খালী কৰিবলৈ
সামান্য ফুটা এটাই যথেষ্ট।
জীৱনটো যিমানেই সুন্দৰ নহওঁক কিয়,
ধ্বংস হবলৈ সামান্য ভুল এটাই যথেষ্ট।
ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।

 
 
 
 
প্রতিটো আঘাতেই এটা শিক্ষা দিয়ে
আৰু সেই আঘাতেই এজন
মানুহক সলনি কৰে।
ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।
 
 
 
 
 
মধুৰ কণ্ঠত পাখি গাইছে গান,
SMS দি জনাই দিলো মোৰ প্রান।
Good Morning
 
 
 
 
 
পুৱাৰ প্রথম সোনালী আভাত,
নতুন দিনৰ জনম বেলাত।
নিয়ৰসিক্ত দুবৰিৰ দলিছাত
নিশা গুছিন হ’ল প্রভাত।
Good Morning
 
 
 
 
 
দিনটোৰ পুৱতি বেলাত,
যাছিলো তোমাক
নতুন দিনৰ শুভ কামনা।
Good Morning
 
 
 
 
 
গভীৰ অমানিশা বা কালৰাত্ৰিৰ বুকুত
যেনেদৰে প্ৰভাত লুকাই থাকে,
তেনেকৈ বুকুত সাহস কান্ধি আগুৱাই
গ’লে হাজাৰ পৰাজয়ৰ পাছতাে
জয়লাভ নিশ্চিত হৈ উঠে।
Good Morning
 
 
 
 
 
আজিৰ দিনটো
সুন্দৰ হােৱাৰ কামনাৰে ৰাতিপুৱাৰ
শুভেচ্ছা জনালোঁ।
Good Morning
 
 
 
 
 
সুখ-দুখ, হাঁহি-কান্দোন,
 মৰম-ভালপােৱা এই সকলােবােৰৰ
মিলাইয়ে হ’ল জীৱন।
Good Morning
 
 
 
 
 
দিনতাে সুভ ও মঙ্গলমই
হােৱাৰ কামনাৰে।
Good Morning
 
 
 
 
 
প্ৰেম মাথো এটি শব্দ!
যেতিয়ালৈ বিষেশ কোনেৱাই ইয়াক
 অৰ্থ প্ৰদান নকৰে।
Good Morning
 
 
 
 
 
হৃদয়ৰ পবিত্রতাই
আটাইতকৈ ডাঙৰ পবিত্রতা,
এটা সুন্দৰ দিনৰ বাবে।
Good Morning
 
 
 

Good Morning Status In Assamese

ৰাতিপুৱা নােহােৱা পর্যন্ত
ফুলেও নাজানে মন্দিৰলৈ যাবনে
শ্মশানলৈ যাব, সেইবাবে যেতিয়ালৈকে জীয়াই
আছে হাঁহি ফুর্তি কৰি কটাওক
দুখ কৰি নহয়।
Good Morning
 
 
 

ৰাতিপুৱাৰ শুভেচ্ছা বাণী

মানৱ শৰীৰৰ আটাইতকৈ
ধুনীয়া অংগটোৱেই হৈছে মন,
যদি মনটোয়েই পৰিষ্কাৰ নহয়, তেনেহলে
চেহেৰা সুন্দৰ একো অর্থ নাই।
Good Morning
 
 
 
 
 
শ্রদ্ধা আৰু ভালপােৱাৰ
পাত্ৰ হৈ আনৰ মনত জীয়াই থকাই
হৈছে প্রকৃত জীৱন।
Good Morning
 
 
 
 
 
চিন্তাত যদি সুন্দৰতা আৰু
উদাৰতা থাকে, তেন্তে আশে পাশে থকা
প্ৰতিটো বস্তু বা ব্যক্তিকে সুন্দৰ
আৰু ভাল লাগিব।
Good Morning
 
 
 
 
 
এটা কঠিন আৰু জতিল পথৰ
সিটো পাৰত সদায় এখন সুন্দৰ পৃথিৱী থাকে,
সেই পৃথিৱীখন গৈ পাবলৈ প্রয়ােজন মাথোঁ
আত্মবিশ্বাস, ধৈৰ্য আৰু পৰিশ্রম।
Good Morning
 
 
 
 
 
কলা-বগা এইবােৰ ৰংহে
ধুনীয়া সকলােৱে হয় ধুনীয়াৰ কোনাে
বৰণ নাথাকে, ভাল দৃষ্টিৰে চালে
সকলােকে ধুনীয়া দেখি।
Good Morning
 
 
 
 
 

Good Morning Status In Assamese

পােৱাতকৈ, চোৱাৰ অনুভৱ বেছি সুন্দৰ
কাৰণ পোৱাৰ শেষ আছে, কিন্তু
চোৱাৰ কোনাে শেষ নাই।
Good Morning
 
 
 
 
 
সত্য আৰু ধৈৰ্য্যই মানুহক
সাহস দিয়ে আৰু মিছাই মানুহক
ধ্বংস কৰে।
Good Morning
 
 
 
 
 
যদি আমি আমাৰ জীৱনটো
মাজে সময়ে পৰীক্ষা কৰি কৰি নাথাকো,
তেনেহলে ই জীয়াই থকাৰ উপযােগী
হৈ নাথাকে।
Good Morning
 
 
 
 
 
সকলাে তীর্থস্থানৰ ভিতৰত
আটাইতকৈ ভাঙৰ তীর্থস্থান হ’ল
মানুহৰ “হৃদয়”
Good Morning
 
 
 
 
 
সুন্দৰতাক অধিক সুন্দৰ ভাৱে
সজাব চেষ্টা কৰা এক
মহান কলা।
Good Morning
 
 
 
 
 
পৃথিৱীত সকলাে বস্তুৱেই মূল্যবান,
বিচাৰি পােৱাৰ আগত আৰু হেৰাই
যােৱাৰ পিছত।
Good Morning
 
 
 
 
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ৰাতিপুৱাৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
 

আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক

অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু ৰাতিপুৱাৰ শুভেচ্ছা বাণী পাবলৈ আমাৰ ৱেবচাইট www.JibonorSongram.in ৰ লগত থাকক ধন্যবাদ।

Leave a Comment