বন্ধু বান্ধবী সকল আপোনালোকে আপোনালোকৰ মা, দেউতা, ভাই, ভনী, বন্ধু, বান্ধবী, ককা, মামা, পত্নী, স্বামী, বাবে ৰাতিপুৱাৰ শুভেচ্ছা বাণী বা ৰাতিপুৱাৰ শুভেচ্ছা বার্তা বিচাৰি আছে নেকি? তেনেহলে আপুনি ঠিক জাঘাত আহিছে। এই আর্টিকেলটোৰ জড়িয়তে কেইটামান ৰাতিপুৱাৰ শুভেচ্ছা বাণী বা ৰাতিপুৱাৰ শুভেচ্ছা বার্তা দিম আশা কৰোঁ, এই ৰাতিপুৱাৰ শুভেচ্ছা বাণী বা ৰাতিপুৱাৰ শুভেচ্ছা বার্তা সমূহ আপোনালোকৰ ভাল লাগিব।
ৰাতিপুৱাৰ শুভেচ্ছা বাণী | Good Morning Wish In Assamese
নতুন আশা নতুন দিন,নতুন পুৱা নতুন সপোন,ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।
পোহৰ বিচাৰি আন্ধাৰ পাওঁসুখ বিচাৰি বিচাৰি দুখ পাওঁহাঁহি বিচাৰি বিচাৰি চকুলো পাওঁতথাপিও আগুৱা যাওঁকিজানি জীৱন পথত কেতিয়াবা হঠাৎজিকি যাওঁ।ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।
ৰাতি শেষ পুৱা হ’লএতিয়া তুমি চকু খোলা,উঠা বন্ধু এতিয়া সময় কাম কৰাৰ।ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।
Good Morning Status In Assamese
পূব পিনে সূর্য মামামিঠা মিঠাকৈ চায়,ভৰৰ পাখিয়ে গান গাই মোক উঠায়।শুভ ৰাতিপুৱা।
পূব আকাশত সূর্যৰ পোহৰকৈছে এতিয়া চকু খোলা,আন্ধাৰ ঘৰত জলিছে পোহৰতোমাৰ দিনটো হওঁক ভাল।শুভ ৰাতিপুৱা।
নতুন পুৱা লৈ আহকনতুন নতুন আশা আৰু ভালপোৱা।শুভ ৰাতিপুৱা।
কি মিঠা পোহৰৰ সৃষ্টিৰাতিৰ বাবে দিনৰ সৃষ্টি,আৰু তোমাৰ বাবে মোৰ সৃষ্টি।শুভ ৰাতিপুৱা।
Good Morning Quotes In Assamese
পৃথিৱীৰ মুখ মই দেখিছোপৃথিৱীৰ বাবে তোমাৰ মুখ সৃষ্টিআৰু সকলোতকৈ মোৰ ওচৰততোমাৰ মুখ শ্রেষ্ঠ।Good Morning
টোপনি ভাঙে নতুন পৃথিৱীজাগি উঠে নতুন জীৱন,নতুন আশাত নতুন ভাষাতৰঙীন হওঁক তোমাৰ জীৱন,Good Morning
তুমি আৰু মই ৰাতিপুৱাৰ ফুলযদি তোমাক নাপাওঁতেনেহলে মোৰ বাবে সকলো ভুলশুভ ৰাতিপুৱা।
প্রভাতৰ বতাহত উৰিছে পখি আকাশতৰাতিৰ কলা মুচি গ’ল সূর্যৰ প্রকাশতৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।
জীৱনত সমস্যা থাকিবইকিন্তু জীৱনটো সমস্যা নহয়।সমস্যাৰ এদিন সমাধান ওলাবকিন্তু জীৱনটো শেষ কৰি দিলে,কোনো সমস্যাৰ সমাধান নহয়।ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।
বাল্টিটোত পানী যিমানেই নাথাকক কিয়,তাৰ পৰা পানী খালী কৰিবলৈসামান্য ফুটা এটাই যথেষ্ট।জীৱনটো যিমানেই সুন্দৰ নহওঁক কিয়,ধ্বংস হবলৈ সামান্য ভুল এটাই যথেষ্ট।ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।
প্রতিটো আঘাতেই এটা শিক্ষা দিয়েআৰু সেই আঘাতেই এজনমানুহক সলনি কৰে।ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।
মধুৰ কণ্ঠত পাখি গাইছে গান,SMS দি জনাই দিলো মোৰ প্রান।Good Morning
পুৱাৰ প্রথম সোনালী আভাত,নতুন দিনৰ জনম বেলাত।নিয়ৰসিক্ত দুবৰিৰ দলিছাতনিশা গুছিন হ’ল প্রভাত।Good Morning
দিনটোৰ পুৱতি বেলাত,যাছিলো তোমাকনতুন দিনৰ শুভ কামনা।Good Morning
গভীৰ অমানিশা বা কালৰাত্ৰিৰ বুকুতযেনেদৰে প্ৰভাত লুকাই থাকে,তেনেকৈ বুকুত সাহস কান্ধি আগুৱাইগ’লে হাজাৰ পৰাজয়ৰ পাছতােজয়লাভ নিশ্চিত হৈ উঠে।Good Morning
আজিৰ দিনটোসুন্দৰ হােৱাৰ কামনাৰে ৰাতিপুৱাৰশুভেচ্ছা জনালোঁ।Good Morning
সুখ-দুখ, হাঁহি-কান্দোন,মৰম-ভালপােৱা এই সকলােবােৰৰমিলাইয়ে হ’ল জীৱন।Good Morning
দিনতাে সুভ ও মঙ্গলমইহােৱাৰ কামনাৰে।Good Morning
প্ৰেম মাথো এটি শব্দ!যেতিয়ালৈ বিষেশ কোনেৱাই ইয়াকঅৰ্থ প্ৰদান নকৰে।Good Morning
হৃদয়ৰ পবিত্রতাইআটাইতকৈ ডাঙৰ পবিত্রতা,এটা সুন্দৰ দিনৰ বাবে।Good Morning
Good Morning Status In Assamese
ৰাতিপুৱা নােহােৱা পর্যন্তফুলেও নাজানে মন্দিৰলৈ যাবনেশ্মশানলৈ যাব, সেইবাবে যেতিয়ালৈকে জীয়াইআছে হাঁহি ফুর্তি কৰি কটাওকদুখ কৰি নহয়।Good Morning
ৰাতিপুৱাৰ শুভেচ্ছা বাণী
মানৱ শৰীৰৰ আটাইতকৈধুনীয়া অংগটোৱেই হৈছে মন,যদি মনটোয়েই পৰিষ্কাৰ নহয়, তেনেহলেচেহেৰা সুন্দৰ একো অর্থ নাই।Good Morning
শ্রদ্ধা আৰু ভালপােৱাৰপাত্ৰ হৈ আনৰ মনত জীয়াই থকাইহৈছে প্রকৃত জীৱন।Good Morning
চিন্তাত যদি সুন্দৰতা আৰুউদাৰতা থাকে, তেন্তে আশে পাশে থকাপ্ৰতিটো বস্তু বা ব্যক্তিকে সুন্দৰআৰু ভাল লাগিব।Good Morning
এটা কঠিন আৰু জতিল পথৰসিটো পাৰত সদায় এখন সুন্দৰ পৃথিৱী থাকে,সেই পৃথিৱীখন গৈ পাবলৈ প্রয়ােজন মাথোঁআত্মবিশ্বাস, ধৈৰ্য আৰু পৰিশ্রম।Good Morning
কলা-বগা এইবােৰ ৰংহেধুনীয়া সকলােৱে হয় ধুনীয়াৰ কোনােবৰণ নাথাকে, ভাল দৃষ্টিৰে চালেসকলােকে ধুনীয়া দেখি।Good Morning
Good Morning Status In Assamese
পােৱাতকৈ, চোৱাৰ অনুভৱ বেছি সুন্দৰকাৰণ পোৱাৰ শেষ আছে, কিন্তুচোৱাৰ কোনাে শেষ নাই।Good Morning
সত্য আৰু ধৈৰ্য্যই মানুহকসাহস দিয়ে আৰু মিছাই মানুহকধ্বংস কৰে।Good Morning
যদি আমি আমাৰ জীৱনটোমাজে সময়ে পৰীক্ষা কৰি কৰি নাথাকো,তেনেহলে ই জীয়াই থকাৰ উপযােগীহৈ নাথাকে।Good Morning
সকলাে তীর্থস্থানৰ ভিতৰতআটাইতকৈ ভাঙৰ তীর্থস্থান হ’লমানুহৰ “হৃদয়”Good Morning
সুন্দৰতাক অধিক সুন্দৰ ভাৱেসজাব চেষ্টা কৰা একমহান কলা।Good Morning
পৃথিৱীত সকলাে বস্তুৱেই মূল্যবান,বিচাৰি পােৱাৰ আগত আৰু হেৰাইযােৱাৰ পিছত।Good Morning
ধন্যবাদ আপোনাক ইমান সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ ৰাতিপুৱাৰ শুভেচ্ছা বাণী যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।
আমাৰ নতুন নতুন জনপ্রিয় পোষ্ট সমূহ পঢ়ক
অনুগ্রহ কৰি নোট কৰক আমাৰ পোষ্ট সমূহ নিয়মীয়াকৈ আপডেট কৰা হয়,
সেই বাবে আৰু ৰাতিপুৱাৰ শুভেচ্ছা বাণী পাবলৈ আমাৰ ৱেবচাইট www.JibonorSongram.in ৰ লগত থাকক ধন্যবাদ।
CopyAMP code
1 thought on “ৰাতিপুৱাৰ শুভেচ্ছা বাণী | Good Morning Wish In Assamese”