আগামী ১৬ দিন এই ৪ ৰাশিৰ জাতক জাতিকাৰ হ’ব টকাৰ বৰষুন, সেই ৪ ৰাশি হৈছে – Horoscope In Assamese

( Horoscope In Assamese ) জুন মাহত গ্রহৰ অৱস্থানত বিশেষ পৰিৱর্তন হৈছে, ১৫/৩০ জুনৰ ভিতৰত সূর্য শুক্রেৰ লগত মঙ্গল ৰাশিত পৰিৱর্তন হ’ব গৈ আছে ! গ্রহ পৰিৱর্তনৰ প্রভাৱ ১২ টি ৰাশিৰ পৰিব, গ্রহ ও নক্ষত্রৰ গতিবিধিৰ পৰিৱর্তনৰ কাৰণত কিছু ৰাশিৰ অসুবিধাৰ সন্মুখিন হ’ব পাৰে ! তাৰ বিপৰীতে কাৰোবাৰ বাবে এই ১৬ দিন উপকাৰী প্রমাণিত হ’ব পাৰে । জানক কোন ৰাশিৰ জাতক জাতিকাৰ এই ১৬ দিন শুভ প্রমাণিত হ’ব –

মিথুন, মিথুন ৰাশিৰ জাতক জাতিকা সকলে এই সময়ত ব্যবসাই আৰাম্ভ কৰা অতি শুভ হ’ব পাৰে, আপোনাৰ উপার্জন বৃদ্ধিৰ সম্ভাৱনা আছে ! লগতে চাকৰিয়াল সকলে পদ উন্নত হোৱাৰ সম্ভাৱনা আছে । আৰু চাকৰি পৰিৱর্তনৰ সম্ভাৱনা আছে ।

মীন, এই সপ্তাহত আপুনি নতুন সম্পত্তি অর্জন কৰিব পাৰে, আপোনাৰ ববাহিত জীৱনত সুখী হ’ব ! ঘৰত সান্তি পৰিৱেশ থাকিব, লগতে হঠাৎতে আর্থিক লাভ হ’ব পাৰে, দীর্ঘদিনৰ অসম্পূর্ণ কাম সম্পূর্ণ হ’ব পাৰে ।

বৃশ্চিক, এই ৰাশিৰ জাতক জাতিকা সকলৰ ঘৰত ধর্মীয় কাম হোৱাৰ সম্ভাৱনা আছে, ব্যবসাই বাঢ়িব, অর্থনীতিক অৱস্থা শক্তিশালি হ’ব পাৰে ! এই সময়টো আপোনাৰ বাবে উপকাৰী প্রমাণিত হ’ব পাৰে, মান – সন্মান বৃদ্ধি হ’ব ।

আৰু পঢ়ক

মেষ মেষ ৰাশিৰ জাতক জাতিকা সকলৰ জীৱনত সুখ সান্তি আহিব, চাকৰিত উন্নতি সম্ভাৱনা আছে ! চাকৰিত পদ উন্নতি হোৱাৰ সম্ভাৱনা আছে, নতুন চাকৰিৰ প্রস্তাপ আহিব পাৰে, বন্ধু বান্ধৱীৰ সহযোগিতাত কোনো ৰৈ থকা কাম সম্পূর্ণ হ’ব পাৰে ! অর্থলাভ হ’ব পাৰে, লগতে এই মাহত কিছু নতুন কাম আৰাম্ভ হ’ব পাৰে ।

Leave a Comment