৫ মিনিটত ঘৰতেই পিজ্জা বনাওক | How are pizza is made In Assamese ?

WhatsApp Follow

প্রায় সকলোৰে প্রিয় খাদ্য পিজ্জা, পিজ্জা খাবলৈ সকলোৱে পছন্দ কৰে। বিভিন্ন ধৰণৰ পিজ্জা থাকে যেনে- চিকেন পিজ্জা , এগ পিজ্জা, ভেজিটেবল পিজ্জা। আজি আমি এই আর্টিকেলটোত কথা পাতিম পিজ্জা কেনেকৈ বনাব লাগে, আপুনি যদি এই আর্টিকেলটো সম্পূর্ণ পঢ়ে তেনেহলে অতি সহজে আপুনি পুজ্জা বনাব পাৰিব।

চিকেন পিজ্জা ৰেচিপি

১/ ময়দা ২ কাপ। ২/ লবন পৰিমাণ মতে। ৩/ Olive Oil । ৪/ চেনি ১ চাহ চামছ। ৫/ বিলাহি চছ ১ চামছ। ৬/ পিজ্জা চছ ১ টেবিল চামছ। ৭/ ৰান্ধা চিকেন আধা কাপ। ৮/ পিয়াঁইজ কিউব কৰি কাটি ১ টা। ৯/ ক্যাপসিকাম কিউব কৰি কাটি এটা। ১০/ চিজ গ্রেট কৰি কাটি আধা কাপ। ১১/ স্লাইজ চিজ ১ টা। ১২/ চিলি ফ্লেক্স ১ চাহ চামছ। ১৩/ গৰম পানী ১ কাপ। ১৪/ ইস্ট ১ চাহ চামছ।

পিজ্জা কেনেকৈ বনাব ?

১/ প্রথমে অলপ গৰম পানীত ১০ মিনিট ইস্ট হিজাই ৰাখিব লাগিব। তাৰ পাছত ময়দা, লবণ, চেনি, তেল, ভালকৈ মিহলাই ল’ব লাগিব। মিহলি কৰাৰ পাছত Olive Oil দি ভালকৈ ঢাকি গৰম কোনো জাঘাত ৰাখিব লাগিব।

২/ ৩০ পৰা ৪০ মিনিট হোৱাৰ পাছত এটা পিজ্জা বেকিং ট্রেতে অয়েল ব্রাচ কৰি ছেট কৰিব লাগিব। তাৰ পাছত এটা চিকেন কাঠি দি ফুটা ফুটা কৰিব লাগিব। তাৰ পাছত বিলাহি চছ আৰু পিজ্জা চছ দি ভালকৈ মিহলাই ল’ব লাগিব।

৩/ এতিয়া মাইক্রো অভেনত ১০ মিনিট প্রিহিট কৰি ১৫ ৰ পৰা ২০ মিনিট পিজ্জা বেক কৰিব লাগিব। তাৰ পাছত হৈ যাব পিজ্জা।

Leave a Comment