২০২৪ ত চৰকাৰী ঘৰ কেনেকৈ আবেদন কৰিব জানক

WhatsApp Follow

How To Apply For PMAYG House 2024: প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ নোেপাৱাৰ সকলৰ কাৰণে অসম চৰকাৰৰ ডাঙৰ ঘোষণা। আৰম্ভ হল (মূখ্যমন্ত্ৰী আৱাস যোজনা)। ১ লাখ মানুহক নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব। কোন বোৰ মানুহে আবেদন কৰিব পাৰিব চাওঁক।

মূখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত সাধাৰণ ৰাইজৰ ভিতৰত ঘৰ নিৰ্মাণৰ সামর্থ্য নথকা সকলৰ বাবে আগবাঢ়ি আহিছে অসম চৰকাৰ। চাওঁ আহক আপুনি এই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব পাৰিব নে নাই। কিছুমান চর্ত মানিব লাগিব আবেদনৰ বাবে।

Online Apply

Leave a Comment