পত্নী যদি মোটা হয় তেন্তে ১০ গুণ বেছি সুখ পাব !

Daily Job Update Follow

পত্নী বাছনি কৰাৰ ক্ষেত্ৰত প্ৰতিজন পুৰুষৰ পছন্দ বেলেগ বেলেগ। এই ক্ষেত্ৰত বেছিভাগ পুৰুষেই ক্ষীণ শৰীৰৰ যুৱতীক পছন্দ কৰে। কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নত ইয়াৰ বিপৰীত কথা প্ৰকাশ পাইছে।

গৱেষকসকলৰ মতে জীৱনত সুখী হ’বলৈ হ’লে মোটা ছোৱালীক বিয়া কৰাব লাগে। স্বভাৱতে চিকন ছোৱালীবোৰ মোটা ছোৱালীতকৈ অধিক আত্মকেন্দ্ৰিক আৰু স্বামীৰ লগত বন্ধন গঢ়িবলৈ বেছি সময় লাগে।

আনহাতে মোটা পত্নীয়ে স্বামীক ১০ গুণ সুখী কৰি ৰাখে। মোটা ছোৱালীয়েও সংগীৰ প্ৰয়োজনীয়তা ভালদৰে বুজি পায়।

লগতে মোটা ছোৱালীবোৰে সকলো কথাতে তৰ্ক নকৰে। মোটা ছোৱালী ভাল পোৱা মানুহবোৰ বেছি সুখী কাৰণ মোটা ছোৱালীৰ কাজিয়া কম। মোটা ছোৱালীয়েও শিশুৰ যত্ন আৰু পৰিয়ালৰ প্ৰতি অধিক আগ্ৰহী।

Leave a Comment