অনলাইনৰ পৰা টকা কেনেকৈ উপার্জন কৰিব পাৰি | Digital Marketing In Assamese

যদি আপোনাৰ নিজৰ দোকান আছে তাৰ পৰা আপুনি ব্যৱসা বঢ়াব বিচাৰে? কিন্তু কেনেকৈ বঢ়াব সেইটো নাজানে, তেনেহলে আজি কথা পাতিম অনলাইন ব্যৱসা কি।
অনলাইনত ওয়েবছাইত আৰু বেলেগ বেলেগ সোশ্যাল মিডিয়াৰ মাধ্যম ব্যৱহাৰ কৰি বস্তু বিক্রি কৰা।
এতিয়াৰ সময়ত ভাৰতৰ বহুত মানুহ ডিজিটেল প্ল্যাটফর্মে বস্তু ক্রয় কৰে। (digital marketing jobs)

অনলাইনত নিজৰ ব্যৱসা আৰাম্ভ কৰা উচিত কাৰণ তথ্য প্রযুক্তিৰ যুগত বহুতেই ঘৰতেই বহি বস্তু ক্রয় কৰা পছন্দ কৰে।।
সেই বাবে আপোনাৰও যদি এখন দোকান আছে তেনেহলে E-Commerce Business বা Digital Marketing আৰাম্ভ কৰিব পাৰে।

Digital Marketing In Assamese

ই-কমার্চ ব্যৱসাৰ বেলেগ বেলেগ সুযোগ সুবিধা আৰু প্রয়োজনীয়তা। যেনে এবাৰ ৱেবচাইট বনোৱাৰ পাছত আপোনাৰ ক্রেতাৰ প্রয়োজন অনুসৰি তেওঁক কম টকাত ছাৰ্ভিছ দিব পাৰিব।

১/ গোটেই দেশত মার্কেটিং কৰিব পাৰিব।

( Digital Marketing In Assamese ) দোকানত বস্তু বিক্রি কৰিব হ’লে অকল এটা নির্দিষ্ট সিমাত বিক্রি কৰিব পাৰিব, কিন্তু ই-কমাৰ্চ বিজনেছৰ খেত্রত সম্পূর্ণ বেলেগ কাৰণ যেতিয়া আপুনি অনলাইনত বস্তু বিক্রি কৰিব তেতিয়া গোটেই দেশত বিক্রি কৰিব পাৰিব।

২/ ক্রেতাৰ বাবে প্রয়োজনীয় ছবিৰ ব্যৱস্থা কৰা।

আপুনাৰ প্রোডাক্টৰ লগত প্রয়োজনীয় ছবি অ্যাড কৰক।
কাৰণ ক্রেতা সকলে ছবিৰ মাধ্যমত বস্তু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো গ’ম পায় আৰু ছবি অ্যাড কৰিলে বিক্রিও বাঢ়ে।

Also Read. ধনী হোৱাৰ ১০ টা উপায়

৩/ নিজৰ প্রোডাক্ট নাথাকিলেও এই বিজনেছ কৰা সম্ভৱ।

অনলাইনত বিজনেছ কৰাৰ খেত্রত এটা সুবিধা হ’ল যে যদি আপোনাৰ নিজৰ কোনো প্রোডাক্ট নাই তাৰ পাছতো এই বিজনেছ কৰিব পাৰে।
ইয়াৰ বাহিৰেওঁ আপুনি যিকনো ধৰণৰ প্রোডাক্ট আপোনাৰ ষ্টোৰত দেখাই বিক্রি কৰিব পাৰে।

৫) গ্রাহকৰ তথ্য কেনেকৈ পাব।

(Digital Marketing In Assamese) অনলাইন বিজনেছৰ খেত্রত আপোনাৰ  ৱেবচাইটত বিভিন্ন ভিজিটৰ বা গ্রাহকে বস্তু কিনাৰ সময়ত কিছু সংখ্যক ভিজিটৰে ছাইন আপ ফ্রম ফিলাপ কৰে তেওঁলোকৰ মোবাইল নম্বৰ, ইমেইল এড্রেছৰ মাধ্যমত‌
পিছত আপুনি ছাইন-আপ কৰা গ্রাহকক ইমেইল কৰি মার্কেটিং কৰিব পাৰিব।

৬/ অনলাইন বিজনেছ আৰাম্ভ কৰিবলৈ যি যি বস্তুৰ প্রয়োজন হ’ব। 

১/ ব্যৱসাৰ বস্তু
২/ ইন্টাৰনেট সংযোক
৩/ হোস্টিং
৪/ ডোমেইন 
৫/ বিজ্ঞাপনৰ দক্ষতা  
৬/ ল্যাপটপ বা ডেস্কটপ কম্পিউটাৰ 
৭/ আপোনাৰ নিজৰ কর্মচাৰী
৮/ বস্তু ডেলিভাৰি দিয়াৰ কাৰনে কুৰিয়াৰ ছার্ভিছ
৯/ ভিজিটিং কার্ড বা ক্যাশ মেমো 
১০/ এটা ৱেবচাইটৰ

৭/ যদি আপোনাৰ

যদি আপোনাৰ ৱেবচাইট থাকে তেনেহলে তাৰ মাধ্যমত শোৰুমত গ্রাহক বা ভিজিটাৰক ৱেবচাইটৰ মাধ্যমত সকলো ধৰণৰ আপডেট বা নতুন কোনো অফাৰ থাকিলে সেইটোও জনাব পাৰে।
আপোনাৰ প্রতিষ্ঠানৰ ভিজিটিং কার্ড বা ক্যাশ ম্যামোতে আপোনাৰ ৱেবচাইটৰ ঠিকনা এই বোৰ ব্যৱহাৰ কৰিব পাৰে। 

৮/ গুগল ম্যাপ অৰ্গানিক ভিজিটৰ।

আপোনাৰ প্রতিষ্ঠানৰ ঠিকনা ৱেবচাইট আৰু গুগল ম্যাপে দিব পাৰে, এই কামটো কৰিলে ভিজিটৰ সকলে আপোনাৰ প্রতিষ্ঠান অনলাইনত বা গুগলত বিচাৰি পাব।

৯) ব্রান্ড ভ্যালু।

কিন্তু এটা কথা মনত ৰাখিব আপোনাৰ প্রতিষ্ঠানৰ নামৰ এটা ডোমেইন ক্রয় কৰি ৰাখিব, কাৰণ এবাৰ ডোমেইন ৰেজিষ্টাৰ হোৱাৰ পাছত বেলেগ কোনোৱাই ৰেজিষ্টাৰ কৰিব নোৱাৰে।
আৰু ৱেবচাইটৰ কাৰণে ডোমেইন বহুত জৰুৰী যেনে .com .in. .net ইত্যাদি।

১০/ ছাইন বোর্ড।

আপোনাৰ প্রতিষ্ঠানৰ গুৰুত্বপূর্ণ বিষয় হ’ল ছাইন বোর্ড,
আপোনাৰ ৱেবচাইটৰ ঠিকনা ছাইন বোর্ডত ব্যৱহাৰ কৰিব পাৰে তেনেহলে গ্রাহকে আপোনাৰ প্রোডাক্টৰ বিষয় জানিব বুজিব আৰু ক্রয় কৰিব।

1 thought on “অনলাইনৰ পৰা টকা কেনেকৈ উপার্জন কৰিব পাৰি | Digital Marketing In Assamese”

Leave a Comment