India Post ত এতিয়া মুঠ 40889 পদ খালী আছে আৰু এই খালী পদৰ বিপৰীতে নিযুক্তিৰ বিজ্ঞাপন জাৰি কৰা হৈছে। উল্লেখযোগ্য যে এই নিযুক্তিৰ জৰিয়তে দেশজুৰি মুঠ 23 টা চক্ৰ বা চাৰ্কলৰ ডাকঘৰত খালী হোৱা পদ পূৰণ কৰা হ’ব।
India Post Recruitment 2023 Details :
পোষ্টৰ নাম : গ্ৰামীণ ডাক সেৱক
খালী পদৰ সংখ্যা: 40889 টা
India Post Recruitment 2023: আবেদনৰ যোগ্যতা (Eligibility):
আবেদনকাৰী দশম উত্তীৰ্ণ হ’ব লাগিব
India Post Recruitment 2023: ৱয়সৰ সীমা (Age Limit)
আবেদনকাৰীৰ বয়স ১৮ৰ পৰা ৩২ বছৰৰ ভিতৰত হ’ব লাগিব।
India Post Recruitment 2023: আবেদন পদ্ধতি
প্ৰতিটো পদৰ বাবে আবেদন প্ৰক্ৰিয়া অনলাইন (Online Apply) পদ্ধতিৰে হ’ব।
India Post Recruitment 2023: কেনেকৈ আবেদন কৰিব !
India Postৰ অফিচিয়েল ৱেবছাইট indiapost.gov.in লৈ যাওক। হোমপেজত গৈ নিযুক্তি লিংকত ক্লিক কৰক, পদটো বাছি লওক আৰু একাউণ্টত ছাইন আপ কৰক । ফৰ্মখন পূৰণ কৰক, ফৰ্ম জমা দিয়ক আৰু মাচুল জমা দিয়ক।
আবেদন কৰিবলৈ তলৰ লিংকত ক্লিক কৰক
Apply Link: Click Here
Details Advertisement: Click Here