এইকেইটা বস্তু বেগত ৰাখিলে কেতিয়াও নহয় আৰ্থিক সমস্যা। জানক ৰখাৰ নিয়ম।

WhatsApp Follow

( keep these kitchen ingredients inside your money purse to lift your fortune ) বাহিৰলৈ ওলাই যোৱাৰ সময়ত টকা বা উপযোগী কাগজ ৰখা বেগত কিছুমান সাধাৰণ পাকঘৰৰ মছলা ৰাখক। শুভকামনা-সফলতা-উন্নয়নে আপোনাৰ দুৱাৰত টোকৰ মাৰিব।

১/ হিছাপ কৰি ৰাখক ৬ টা লং। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপোনাৰ নামত উৰাবাতৰি বিয়পোৱা বন্ধ কৰাত সহায়ক হ’ব।

২/ বেগত ৯ টা জালুক ৰাখক যাতে সকলো ধৰণৰ নেতিবাচক প্ৰভাৱৰ পৰা নিজকে আঁতৰত ৰাখিব পাৰি।

৩/ পাৰ্চত দালচেনি দিব। ই আপোনাৰ সন্মুখত নতুন নতুন সুযোগ মুকলি কৰিব।

৪/ পাৰ্চত এটা তেজ পাত ৰাখিব লাগে। ৰঙা চিয়াঁহীৰ কলমেৰে লিখিব ‘318698769618714’ নম্বৰটো। ই আপোনাক দ্ৰুতগতিত উন্নত কৰাত সহায় কৰিব।


আৰু পঢ়ক
মাজে সময়ে চকুৰ পতা কঁপি উঠে নেকি ? জানক ইয়াৰ আচল কাৰণ কি ?
আপোনাৰ দাঁতে নিৰ্ধাৰণ কৰিব আপোনাৰ ব্যক্তিত্ব ! জানক ভৱিষ্যতে কি হ’ব পাৰে !


৫/ পদুমৰ বীজ বাস্তু শাস্ত্ৰত পদুমৰ বীজক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হয় । বিশ্বাস আছে যে, পদুমৰ বীজৰ ওপৰত মা লক্ষ্মী সহজে সন্তুষ্ট হয় । এই পদুমৰ বীজ আপোনাৰ মানিবেগত ৰাখিলে আপোনাৰ কেতিয়াও আৰ্থিক নাটনি নহয় । পদুমৰ কলি মানিবেগত ৰাখিলে আৰ্থিক অৱস্থাৰ লগতে মানুহৰ মানসিক অৱস্থাও সুস্থিৰ হয় ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment