মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম !

১। কোনটো আন্দোলনৰ সময়ছােৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল ?
উঃ ভাৰত ত্যাগ আন্দোলন।

২। মহাত্মা গান্ধীয়ে সত্যাগ্রহ নীতি পােন প্রথমে প্রয়ােগ কৰিছিল-
উঃ দক্ষিণ আফ্রিকাৰ বৰ্ণবাদ বিৰােধী আন্দোলন।

৩। মহাত্মাগান্ধীৰ ক’ত জন্ম হৈছিল ?
উঃ গুজৰাটৰ পােৰবন্দৰত মহাত্মাগান্ধীৰ জন্ম হৈছিল।

৪। সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত পােনপ্ৰথমতে প্রয়ােগ কৰিছিল ?
উঃ দক্ষিণ আফ্রিকাত প্রয়ােগ কৰিছিল ।

৫। চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল।
উঃ ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত চৌৰীচৌৰাৰ ঘটনা সংঘটিত হৈছিল।

৬। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ?
উঃ চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল।

৭। গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লােন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?
উঃ ৩৮৫ কিলােমিটাৰ।

৮। সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?
উঃ খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়।

৯। কোনটো আন্দোলনৰ সময়ছােৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল ?
উঃ ভাৰত ত্যাগ আন্দোলনৰ সময়ছােৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল।

১০। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?
উঃ ১৮৬৯ চনৰ ২ অক্টোবৰত।

CopyAMP code

Leave a Comment