মহিলা সকলৰ ৩টা অভ্যাস পছন্দ নকৰে বহু পুৰুষে, কি সেই অভ্যাস সমূহ ? Many men do not like this habit of women

(Many men do not like this habit of women) সকলো মানুহ এক ধৰণৰ নহয়, কিছু কিছু অভ্যাস থাকে যি লিংগ বিত্তিত ধৰি লোৱা হয় । তেনেই কিছুমান অভ্যাস আছে যি কিছুমান পুৰুষে পছন্দ নকৰে ! সকলো মানুহ এক ধৰণৰ নোহোৱাৰ বাবে তেওঁলোকৰ পছন্দও বেলেগ বেলেগ হৈ থাকে । যেনে – কিছুমান পুৰুষে নিবিচাৰে তেওঁৰ সংগী বহুত সাজি কাচি থাকক ।

কিন্তু নাৰীয়ে সদায় চেষ্টা কৰে সাজি কাচি থাকিবলৈ, কিছুমান পুৰুষে নিবিচাৰে তাৰ সংগীয়ে চুটি কাপোৰ পৰিধান কৰক ! আৰু বহু ক্ষেত্রৰ অমিল দেখা যায় ! তাৰে ভিতৰত ৩টা অভ্যাস পছন্দ নকৰে কিছুমান পুৰুষে । কি সেই ৩টা অভ্যাস জানো আহক –

১/ মনৰ কথা মুখেৰ নকৈ মনত ৰখা । কিছুমান নাৰী বিচাৰে যে তাইৰ সংগীয়ে তাইৰ মনৰ কথা বুজি পাওক ! আচলোতে বহু পুৰষৰ ক্ষেত্রত সেয়া বুজা সম্ভৱ নহয়, সেই বাবে নাৰীৰ মনৰ কথা মনতেই ৰখাৰ অভ্যাসক কিছুমান পুৰুষে পছন্দ নকৰে । সেই বাবে মনৰ কথা মনত নাৰাখি মুখেৰে কৈ দিয়া ভাল ।

২/ বেছি সময় কথা কোৱা । মহিলা সকলে নিজৰ মনৰ কথা ভাগ বতৰা কৰিবলৈ বহুত পছন্দ কৰে ! কিন্তু কিছুমান পুৰুষ ফোনত বেছি সময় কথা ক’বলৈ পছন্দ নকৰে, আৰু বেছি সময় কথা কোৱা মহিলাক বহু পুৰুষে পছন্দ নকৰে ।

আৰু পঢ়ক-

৩/ নিজৰ বঢ়িত থিয় হোৱা । বহু মহিলাই বিচাৰে নিজে সক্ষম হ’বলৈ, নিজে উপার্জন কৰিবলৈ, আৰু সামাজিক ভাৱে প্রতিষ্ঠিত হ’বলৈ ! কিন্তু এই সমূহ অভ্যাস কিছুমান পুৰুষে পছন্দ নকৰে । কিছুমান পুৰুষে ভাৱে মহিলা অকল ঘৰতেই সিমাবদ্ধ থাকক । যিবিলাক মহিলাই নিজে সক্ষম হ’বলৈ চেষ্টা কৰে তেওঁলোকক কিছুমান পুৰুষে পছন্দ নকৰে ।

Leave a Comment