এনেকুৱা মহিলাক জীৱন সংগী হিচাপে পছন্দ নকৰে বহু পুৰুষে, কোন সেই মহিলা ? Many men do not like this type of woman

WhatsApp Follow

( Many men do not like this type of woman ) পছন্দ অপছন্দৰ মাজত পার্থক্য আছে, যেনে কিছুমান পুৰুষে হাঁহি ধেমালি কৰা মহিলাক পছন্দ কৰে, আকৌ কিছুমান পুৰুষে সান্ত মহিলাক পছন্দ কৰে । কিছুমান পুৰুষ আছে কম কথা কোৱা মহিলাক পছন্দ কৰে ! আকৌ কিছুমান পুৰুষে বেছি কথা কোৱা মহিলাক পছন্দ কৰে । আজি আমি এই লিখনীটোত কথা পাতিম এনেকুৱা জীৱন সংগী পছন্দ নকৰে পুৰুষে –

১/ কিছুমান পুৰুষ আছে সান্ত টাইপৰ, তেওঁলোকে বেছি কথা নকয় ! আৰু বেছি কথা কোৱা মহিলাক তেওলোকে পছন্দও নকৰে, আৰু তেওঁলোকে বিচাৰে তাৰ জীৱন সংগী যাতে বেছি কথা নকয় ।

২/ মিছা কথা কোৱা, কিছুমান মহিলা আছে মিছা কথা কয়, যেনে বিয়াৰ আগতে তাই কি কৰিছে কাৰ লগত প্রেম কৰিছে ! সেই কথাবোৰ লুকাই ৰাখে । তাৰ বাবে তেওলোকৰ মাজত সন্দেহ থাকি যায়, আৰু সেয়া লাহে লাহে ডাঙৰ হয় ! পিছত এনেকুৱা পৰিস্থিতি আহে তেওলোকৰ বিবাহ বিচ্ছেদ পৰযন্ত হয় । সেই বাবে কেতিয়াও মিছা কথা নকব ।

৩/ অহংকাৰ কৰা, কিছুমান মহিলাৰ অহংকাৰ আছে, কাৰণ তাই যিঘৰত বিয়া হৈছে তাতকৈ সেই মহিলা গৰাকীৰ ঘৰত বেছি টকা পইচা আছে, সেই বাবে সেই মহিলা গৰাকী অহংকাৰ কৰে ! অহংকাৰ কৰাৰ ফলত স্বামী স্ত্রীৰ মাজত সংঘাতৰ সৃষ্টি হয় । আৰু কেতিয়াবা পৰিস্থিতি এনেকুৱা হয়, যে বিবাহ বিচ্ছেদ পৰযন্ত হয় ।

আৰু পঢ়ক-

৪/ পাত্তা নিদিয়া, কিছুমান মহিলা আগতে প্রেম কৰিছিল ধনী ঘৰৰ ল’ৰাৰ লগত, তাৰ পাছত যেতিয়া বিবাহ হয় দুখীয়া ঘৰৰ ল’ৰাৰ লগত ! তেতিয়া তেওঁ অহংকাৰ কৰিবলৈ আৰাম্ভ কৰে । আৰু সেই অহংকাৰৰ ফলত তেওঁলোকৰ মাজত কাজিয়া হয়, সেই বাবে অহংকাৰ নকৰিব । অহংকাৰ হৈছে পতনৰ মূল ।

Leave a Comment