এই বস্তুটো তুলসী গছৰ গুৰিতে ৰাখক, টকা বৰষুণ হ’ব !

যিমানেই কষ্ট নকৰক কিয় হাতৰ পৰা পইচাবোৰ যেন পিছলি গৈ আছে, অভাৱে এৰি নাযায়। বৰ্তমান পৰিস্থিতিত কিমান টকাৰ প্ৰয়োজন আছে আমি সকলোৱে জানো। লক্ষীৰ কৃপা কেনেকৈ পাব পাৰি সকলোৱে চিন্তা কৰে।

যদি আপুনি এতিয়াই এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে এই কৌশল অনুসৰণ কৰি দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰক। কোৱাৰ দৰে বিশ্বাসে বাস্তৱক লগ পায় আৰু যুক্তিবোৰ বহু দূৰলৈ যায়, গতিকে আপুনি যদি আন্তৰিকতাৰে বিশ্বাস কৰে আৰু কামটো কৰে তেন্তে তাৰ ফল আহিব।

হিন্দু শাস্ত্ৰ অনুসৰি শালগ্ৰাম শিলক ভগৱান বিষ্ণুৰ এটা ৰূপ বুলি গণ্য কৰা হয়। তুলসী আৰু শালগ্ৰাম শিলা থকা ঘৰত কেতিয়াও টকাৰ অভাৱ নহয় বুলি কোৱা হয়। শাস্ত্ৰ বিশেষজ্ঞসকলৰ মতে, শনিবাৰে সন্ধিয়া ঘৰৰ তুলসী গছৰ তলত এটা শালগ্ৰাম শিল ৰাখিলে টকাৰ অভাৱৰ লগত জড়িত যিকোনো সমস্যা সমাধান হ’ব।

কেৱল দৰিদ্ৰতা দূৰ হোৱাই নহয় জীৱনৰ বহু কষ্টও মুক্ত হ’ব। যেনেকৈ কৰ্মক্ষেত্ৰত সফলতা আহিব, তুলসী গছৰ গুৰিতে শলাগ্ৰাম শিল এটা দিলে পাৰিবাৰিক অস্থিৰতা দূৰ হ’ব, বৈবাহিক বিবাদ দূৰ হ’ব, পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে সকলোৰে সৈতে সুসম্পৰ্ক বজাই ৰাখিব। অৰ্থাৎ ঘৰত থকা যিকোনো ধৰণৰ ঋণাত্মক শক্তি আঁতৰাই ধনাত্মক শক্তিৰে ভৰোৱা হ’ব।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment