সকলো বিপদৰ পৰা মুক্তি পাবলৈ মহাদেৱৰ এই প্ৰণাম মন্ত্ৰ জপ কৰক।

প্ৰভু শিৱ প্ৰণাম মন্ত্ৰ, যাৰ বাবে আপুনি জীৱনত বহুত উন্নতি পাব, বিশেষকৈ আৰ্থিক সমস্যাই কম সময়ৰ ভিতৰতে মানসিক সমস্যাৰ পৰা মুক্তি পাব। মাথোঁ গুৰুত্বসহকাৰে শিৱৰ মন্ত্ৰ জপ কৰিব লাগিব। ৰাতিপুৱা সাৰ পাই পৰিষ্কাৰ কাপোৰ পিন্ধি শিৱৰ মূৰ্তিৰ সন্মুখত বহি যদি প্ৰণাম মন্ত্ৰ কয়, তেতিয়া আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ যাব।

হিন্দু ধৰ্মত শিৱ হৈছে দেৱদেৱ মহাদেৱ। যদি সঁচাকৈ আপুনি হৃদয়েৰে শিৱৰ মন্ত্ৰ জপ কৰে, তেন্তে আপোনাৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে। বহু সময়ত অৰ্থনৈতিক সমস্যাতকৈ শাৰীৰিক আৰু মানসিক সমস্যাই বেছিকৈ উদ্ভৱ হয়। যদি অৰ্থনৈতিক সমস্যা সমাধান নহয় তেন্তে এনে সমস্যা বাঢ়িব। সাম্প্ৰতিক পৰিস্থিতিত বহু লোকে চাকৰি হেৰুৱাইছে, বহুতেই বিভিন্ন ধৰণৰ মানসিক বিষণ্ণতাত ভুগিছে। তেওঁলোকৰ বাবে এই প্ৰাণাম মন্ত্ৰ এক আচৰিত মন্ত্ৰ।

প্রভু শিবৰ প্রনাম মন্ত্র-

  • ওঁ নমঃ শিবায় শান্তায় কাৰণত্রয় হে তবে।
  • নিবেদয়ামি চাত্মানং ত্বং গতি পৰমেশ্বৰ।।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment