SBI এ আপোনাক ঘৰতে বহি 70,000 টকা উপাৰ্জনৰ সুযোগ দিছে

SBI Bank ৰ লগত কাম কৰক, SBI এ আপোনাক ঘৰতে বহি 70,000/ টকা উপাৰ্জনৰ সুযোগ দিছে, মাত্ৰ এই কামটো কৰিব লাগিব

ৰাজ্যৰ কোটি কোটি লোকৰ একাউণ্ট খোলা থকা ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ বেংক হিচাপে পৰিগণিত হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। এনে পৰিস্থিতিত এছ বি আইয়ে ৰাইজক টকা উপাৰ্জনৰ বাবে বহু সুযোগ আৰু চাকৰি দি থাকে। য’ত যোগদান কৰি আপুনি প্ৰতিমাহে বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে। যদি আপুনিও এছ বি আই বেংকৰ সৈতে কাম কৰিব বিচাৰে আৰু প্ৰতিমাহে ₹ ৭০,০০০ টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে এই লেখাটো সম্পূৰ্ণ পঢ়ক –

SBI Bank ৰ লগত কাম কৰি টকা উপাৰ্জন কৰক, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই)ৰ সৈতে কাম কৰাৰ এটা ভাল সুযোগ। আচলতে এছ বি আইয়ে এ টি এম ফ্ৰেঞ্চাইজিৰ বাবে পঞ্জীয়ন আৰম্ভ কৰিছে। ইয়াৰ বাবে আপুনি আবেদন কৰিব পাৰে। আপোনালোকক জনাওঁ যে এছ বি আই বেংকে সমগ্ৰ দেশতে নিজৰ এ টি এম সম্প্ৰসাৰণ কৰি আছে। এনে পৰিস্থিতিত সহজেই SBI ATM Franchise লৈ অনলাইনত আবেদন কৰিব পাৰিব। এবাৰ এ টি এম ফ্ৰেঞ্চাইজি পালে প্ৰতিমাহে এছ বি আই বেংকৰ পৰা ডাঙৰ টকা উপাৰ্জন কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে আপোনাৰ বাবে কিছুমান কথা জনাটো অতি প্ৰয়োজনীয়।

SBI ATM Franchise ৰ বাবে এইবোৰ কথা মনত ৰাখিব, এইটো একেবাৰে সত্য যে আপুনি SBI Bank ৰ ATM Franchise লৈ মাহে ₹ 70000 সহজে উপাৰ্জন কৰিব পাৰে। কিন্তু ইয়াৰ বাবে আবেদন কৰাৰ আগতে কিছুমান কথা মনত ৰাখিব লাগে। এটিএম ফ্ৰেঞ্চাইজি ল’বলৈ ১০০ বৰ্গফুট মাটি থাকিব লাগিব। এই মাটি জনবসতিপূৰ্ণ অঞ্চলত হব লাগে আৰু এই ঠাইত দোকান এখন নিৰ্মাণ কৰিব লাগে। লগতে ওচৰত বিদ্যুৎ সংযোগ আৰু এটিএম নাথাকিব লাগে।

SBI ATM ফ্ৰেঞ্চাইজিৰ বাবে আবেদন কৰিবলৈ প্ৰয়োজনীয় নথি-পত্ৰ, যদি আপুনি SBI ATM Franchise ৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ হাতত কিছুমান প্ৰয়োজনীয় নথি-পত্ৰ থাকিব লাগিব। যদি আপোনাৰ হাতত তলত দিয়া নথি-পত্ৰ নাই, তেন্তে আপুনি ইয়াৰ বাবে আবেদন কৰিব নোৱাৰিব। প্ৰয়োজনীয় নথি-পত্ৰত আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক, লেণ্ড ফাৰ্ড, বিদ্যুৎ সংযোগৰ ৰচিদ, বিদ্যুতৰ বিলৰ ৰচিদ, বাসস্থানৰ প্ৰমাণ পত্ৰ, আয়ৰ প্ৰমাণ পত্ৰ আদি থকাটো অতি প্ৰয়োজনীয়।

প্ৰতিমাহে ডাঙৰ ডাঙৰ টকা উপাৰ্জন কৰিব পাৰি, যদি আপুনি SBI ATM Franchise ৰ বাবে আবেদন কৰে আৰু SBI Bank ৰ পৰা ATM Franchise পায়, তেন্তে আপুনি SBI ৰ পৰা প্ৰতিমাহে ₹ 70000 ৰ বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব। এইটো এটা ভাল উপাৰ্জন। য’ত ঘৰতে বহি টকা পাব পাৰি। ইয়াৰ দ্বাৰা বছৰি প্ৰায় ₹ ৮ লাখ ৪০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব।

Leave a Comment