অসম লোক সেৱা আয়োগৰ অধীনত নিযুক্তি

তলত উল্লেখ কৰা মতে যোগ্য প্ৰাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ পৰ্টেলৰ চৰকাৰী পৰ্টেলৰ জৰিয়তে ২০৬টা বিত্তীয় ব্যৱস্থাপনা কাৰ্যালয় আৰু নগৰ কাৰিকৰী বিষয়াৰ খালী পদৰ বাবে সহজেই আবেদন কৰিব পাৰিব।

APSC Recruitment 2023 Details

বিভাগৰ নামJunior Grade-ll & Grade lll
Post’ ৰ নামFinancial Management Officer
পোষ্টৰ সংখ্যা১০৩ টা
শিক্ষাগত অৰ্হতাযিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী(B. Com) লাভ কৰিব লাগিব।
বয়স-সীমা২১ বছৰৰ কম আৰু ৩৮ বছৰৰ অধিক হ’ব নালাগে।
দৰমহাRs. 30, 000/- to 1,10,000/- Grade Pay: Rs. 12,700/-
শেষ তাৰিখঅনলাইন আবেদনৰ আৰম্ভণিৰ তাৰিখ হ’ল: ১৭/০৫/২০২৩
অনলাইন আবেদনৰ বন্ধৰ তাৰিখ হ’ল: ১৬/০৬/২০২৩
Apply LinkClick Here
CopyAMP code

Leave a Comment