সাধাৰণতে এজন ব্যক্তিৰ মুঠ বন্ধুৰ সংখ্যাই বুজায় যে তেওঁ কিমান বুদ্ধিমান। এই কথা দাবী কৰিছে লণ্ডন স্কুল অৱ ইকনমিক্সৰ এজন অধ্যাপকে। সেই অধ্যাপকজনে বহুদিন ধৰি মানৱ বুদ্ধিমত্তাৰ ওপৰত গৱেষণা কৰি আছে।
তেওঁ পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে দেখিছে যে যিসকল মানুহ অতি বুদ্ধিমান, অৰ্থাৎ যিসকল ‘উচ্চ বুদ্ধিমত্তাৰ স্তৰ’ত থাকে, তেওঁলোকৰ বন্ধু-বান্ধৱ অতি কম, আনকি কেতিয়াবা তেওঁলোকৰ কোনো বন্ধু একেবাৰেই নাথাকে। অধ্যয়নত দেখা গৈছে যে এইসকল লোকে অকলে সময় কটালে অধিক সুখ অনুভৱ কৰে।
অতি বুদ্ধিমান মানুহৰ আনৰ প্ৰতি এৰাই চলা মানসিকতা থকাৰ প্ৰৱণতা থাকে। কিন্তু তেওঁলোকৰ অসামাজিক আচৰণ বুলি ব্যাখ্যা কৰাটো সঠিক নহ’ব।
আৰু পঢ়ক
>> বিবাহৰ প্ৰস্তাৱ পোৱাৰ পিছত ছোৱালীয়ে গোপনে এই ১০টা কাম কৰে !
>> ছোৱালীবোৰক এই ৫টা প্রশ্ন নকৰিব ! সেয়া ঠিক নহয়