সপোনত দেখা এই ৫টা বস্তুৱে ধন-সম্পত্তিৰ ইংগিত দিয়ে !

WhatsApp Follow

( These 5 things in a dream indicate wealth ) ৰাতি আমি কিছুমান বস্তু সপোনত দেখিবলৈ পাওঁ, যিবোৰ আমি কেতিয়াবা ৰাতিপুৱা সাৰ পাই উঠিলে অনুভৱ কৰোঁ, সঁচাকৈয়ে আমি দেখিলোঁ নেকি ? আৰু এই সপোনৰ অৰ্থ জানিবলৈ আমাৰ JibonorShongram.in পেজত চকু ৰাখিব লাগিব । চাওকচোন আপুনি সপোনত এই পাঁচটা বস্তু দেখিছে নেকি ? যদি দেখে তেনেহলে আপোনাৰ সৌভাগ্য –

১) শাস্ত্ৰ অনুসৰি সপোনত যদি জ্বলি থকা দীপ এটাৰ ছবি দেখা পায়, তেন্তে কিছু সময়ৰ পিছত আপোনাৰ আৰ্থিক ভাগ্য ঘূৰি আহিবলৈ গৈ আছে । কিন্তু অৱশ্যেই ই মানুহৰ ওপৰত, বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ।

২) অৰ্থনীতিবিদসকলে কয়, যদি আপুনি সপোনত কাণফুলি এটা দেখিছে, আৰু যদি সোণ হয়, তেন্তে আপোনাৰ আৰ্থিক ভাগ্য বহুত বহল হ’ব পাৰে ।

৩) ইক’লজিষ্ট সকলে কয়, সপোনত যদি সাপ দেখা পায়, তেতিয়া আপুনি আৰ্থিকভাৱে বহুত ভাল হ’ব ।


আৰু পঢ়ক
>> ঘৰত কিছুমান লক্ষণে ইংগিত দিয়ে যে পূৰ্বপুৰুষসকল আপোনাৰ ওপৰত খং কৰিছে !
>> এই ২টা সামগ্ৰী আপোনাৰ মানিবেগত ৰাখিলে কেতিয়াও টকাৰ অভাৱ নহয় !


৪) ইক’লজিষ্ট সকলে কয় যে যদি আপুনি সপোনত গোলাপ ফুলৰ ছবি দেখে বা গোলাপ ফুল ফুলি থকা দেখে তেন্তে আপোনাৰ আৰ্থিক ভাগ্য বহল হ’ব ।

৫) অৰ্থনীতিবিদ সকলে ভাবে যে সপোনত যদি আপুনি সোণৰ বস্তু বা সোণেৰে নিৰ্মিত অলংকাৰ বা কিবা এটা দেখিছে, তেতিয়া আপুনি বুজিব যে আপোনাৰ সন্মুখত ভাল সময় আছে ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

3 thoughts on “সপোনত দেখা এই ৫টা বস্তুৱে ধন-সম্পত্তিৰ ইংগিত দিয়ে !”

Leave a Comment