এই ৬টা কাৰ্য্য কৰিলে ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিব পৰা যায়

WhatsApp Follow

মান্যতা অনুসাৰে-এই ৬টা কাৰ্য্য কৰিলে-ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিব পৰা যায়।কোৱা হয়-গোপালে সকলো মনৰকামনা পূৰ্ণ কৰে।

ভগৱান শ্ৰী কৃষ্ণ-এনে এজন দেৱতা হয়-যাক প্ৰসন্ন কৰিবলৈ বহুত সহজ হয়। কোৱা হয় যে-নটখট নন্দ গোপাল বহু সময়লৈকে কাৰোবাৰ ওপৰত ৰুষ্ট হৈ থাকিব নোঁৱাৰে।ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতিমাৰ পৰা-ওলাই অহা সামান্য হাঁহিটিয়ে ভক্তসকলৰ বাবে-সমস্যাৰ লগত সন্মুখীন হবলৈ যথেষ্ট হয়।

যিদিৰে-প্ৰতিদিনে কোনো নহয় কোনো ভগৱানক পূজা কৰা হয়-তেনেদৰে বুধবাৰৰ দিনটো ভগৱান শ্ৰী কৃষ্ণক মনা হয়।কোৱা হয় যে-যদি বুধবাৰৰ দিনা ভক্তসকলে শুদ্ধ মনেৰে-কিছু কাৰ্য্য কৰিলে-নন্দ গোপাল প্ৰসন্ন হয় আৰু ভক্তসকলৰ মনৰ ইচ্ছা পূৰ্ণ কৰে।

ভগৱান শ্ৰী কৃষ্ণক কি দৰে-কৰিব প্ৰসন্ন-

১) শ্ৰী কৃষ্ণক মাখনচোৰ বুলি কোৱা হয়।কাৰণ সৰুতে তেওঁ-মাখনচোৰ কৰিছিল।ভগৱান শ্ৰী কৃষ্ণয়ে গাখীৰ বা গাখীৰৰে বনোৱা সামগ্ৰী অতিপ্ৰিয় হয়।সেইবাবে-ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিবলৈ-গাখীৰ-দৈ-আৰু মাখনৰ পৰা বনোৱা বস্তু যেনে-মাখন মিচিৰিৰ ভোগ অৰ্পণ কৰিব লাগে।

২/ মনা হয় যে-ভগৱান শ্ৰী কৃষ্ণৰ হালধীয়া বস্ত্ৰ প্ৰিয়।ভক্তসকলে-হালধীয়া বস্ত্ৰ পৰিধান কৰি-ভগৱান শ্ৰী কৃষ্ণৰ পূজা কৰিব লাগে।

৩/ ভক্তসকলে ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিবলৈ-কৃষ্ণ গায়ত্ৰী মন্ত্ৰ-অৰ্থাৎ-ঔম দৈৱকীনন্দায়ে বিধিমহে বাসুদেৱায়ে ধীমহি তন্ন কৃষ্ণা প্ৰচোদয়াত”মন্ত্ৰটি জাপ কৰিব লাগে।

৪/ ভগৱান শ্ৰী কৃষ্ণৰ পূজন কৰি-চন্দনৰ তিলক লগোৱাটো বহুত হয়।

৫/ কৃষ্ণ মন্ত্ৰ বা-“কৃষ্ণা-কৃষ্ণা” জাপ কৰিলেও-ভগৱান শ্ৰী কৃষ্ণই মনৰ কথা শুনে।

৬/ ভগৱান শ্ৰী কৃষ্ণৰ তুলসী মাতা প্ৰিয় হয়।মান্যতা অনুসাৰে-ভগৱান শ্ৰী কৃষ্ণৰ পূজাত-তুলসী অৰ্পণ কৰিব লাগে।


আৰু পঢ়ক
>> শৰীৰৰ কোনখন ঠাইত তিল থাকিলে ধন-সম্পত্তিৰ লক্ষণ !
>> স্তু-শাস্ত্ৰৰ মতে ঘৰৰ এই দিশত ৰোপণ কৰক কলগছ ! জিলিকি উঠিব ভাগ্য


তুলসী মালা পিন্ধাৰ লাভ-

  • ১/ ব্ৰজ্ৰপাতৰ মৃত্যুৰ পৰা ৰক্ষা পোৱা যায়।
  • ২/ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা যায়।
  • ৩/ সাপে খুটাঁৰ পৰা ৰক্ষা পোৱা যায়।
  • ৪/ দিনত বা ৰাতি শুলে-বেয়া সপোন দেখিলে-তেনে সপোনৰ পৰা ৰক্ষা পোৱা যায়।

1 thought on “এই ৬টা কাৰ্য্য কৰিলে ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিব পৰা যায়”

Leave a Comment