২অক্টোবৰৰ পৰা ৫অক্টোবৰলৈ ১২টা ৰাশিৰ ভিতৰত চাৰিটা ৰাশিৰ কপাল ফুলিব। বহু বছৰৰ পিছত এই চাৰিটা বিশেষ ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ নামি আহিছে সফলতাৰ এই যুগ। দুৰ্গা পূজাৰ এই ৪দিনৰ ভিতৰত এই চাৰিটা ৰাশিৰ লোকসকলে প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব।
মকৰ ৰাশি, দুৰ্গা পূজাত মকৰ ৰাশিৰ জাতক-জাতিকা সকলৰ ওপত শনিদেৱ সন্তুষ্ট হৈ থাকিব। ইয়াৰ ফলত এই ৰাশিৰ জাতক-জাতিকাৰ পৰাক্ৰম বৃদ্ধি পাব। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত সফলতা আহিব আৰু মনৰ সকলো আশা পূৰ্ণ হব।
মেঘ ৰাশি, মেঘৰাশিৰ জাতক-জাতিকাৰ দুৰ্গা পূজাৰ সময়চোৱাত অৰ্থৰ পৰিমাণ বৃদ্ধি পাব আৰু ঘৰলৈ অৰ্থ নামি অহাৰ যুগৰ কথাও জ্যোতিষ শাস্ত্ৰই সদৰি কৰিছে। কৰ্মক্ষেত্ৰত প্ৰতিভা বিকাশ পোৱাৰ লগতে সকলোৰে মন জয় কৰিব পাৰিব।
কন্যা ৰাশি, এই ৰাশিৰ জাতক-জাতিকাসকলৰ মনোবাঞ্চা দুৰ্গাপূজাৰ এই চাৰিটা দিনৰ ভিতৰতে পূৰ্ণ হব। দুৰ্গা পূজাৰ পিছতেই প্ৰচুৰ অৰ্থ উপাৰ্জন কৰাৰ যুগ আছে। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায় ক্ৰমান্বয়ে দুৰ্গা পূজাৰ পৰাই বৃদ্ধি হোৱা সম্ভাৱনা আছে।
মীন ৰাশি, এই ৰাশিৰ জাতক-জাতিকাই দুৰ্গা পূজাৰ সময়ত হাতলৈ হঠাত ধন আহিব। সম্পত্তি লাভৰ যুগো আছে এই সময়চোৱাত। পাবলগীয়া ধন হাতলৈ আহিব কিন্তু ইয়াত সম্পূৰ্ণতা নাথাকিব। চৰকাৰী কাম কৰাসকলৰ হাতলৈ কিছু অন্য চৰকাৰী কামৰ অফাৰ আহিব।
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।