পত্নীক ৰাণীৰ দৰে সুখত ৰাখে এই দুটা আখৰৰ নামৰ ল’ৰাই

WhatsApp Follow

( These two-letter names keep their wives happy like queens ) বিয়াৰ আগেয়ে বহু যুৱতীৰ মনত কিছু ভয় থাকে । পিতৃ-মাতৃয়ে কৰাৰ দৰে স্বামীৰ পৰা সেই মৰম পাবনে নাপায় তাক লৈ দুচিন্তাত থাকে । বাস্তৱ ক্ষেত্ৰখনত এনে হয় যে, কেতিয়াবা এগৰাকী যুৱতীয়ে বিয়াৰ পিছত স্বামীৰপৰা তেনে মৰম লাভ কৰে । কিন্তু জ্যোতিষ শাস্ত্ৰৰ মতে, ইংৰাজী বৰ্ণমালাৰ এই দুটা আখৰৰ যাৰ নাম । তেনে নামৰ গৰাকীয়ে পত্নীক সদায়েই সুখত ৰাখে । পিতৃ-মাতৃৰ দৰে সদায়েই তেওঁলোকে আগুৰি ৰাখে পত্নীক ।

১) A- এই বৰ্নৰে আৰম্ভ হোৱা পতি বহুত অন্তৰ খোলা হয় । নিজত কৈ বেছি ধ্যান ৰাখে পত্নীৰ আৰু বহুত বিশ্বাস কৰে । পত্নীয়েও বহুত ভাল পাই যাৰ কাৰণে তেওঁলোকৰ বৈবাহিক জীৱন বহুত সুখী, বিশ্বাসযোগ্য আৰু বহুত গভীৰ হয় ।

২) D – D আখৰৰ পতি সকলে নিজৰ পত্নীক যিমান পাৰে সিমান সুখী ৰাখিবলৈ বিচাৰে । পত্নীৰ কোনো কথা নমনা কৈ নাথাকে । এওঁলোকে পত্নীৰ কথা সকলোঁ বিশ্বাস কৰি লয় আৰু বহুত শান্ত হয় । পত্নীৰ সুখ সুবিধাৰ কাৰণে সকলো কৰে । আৰু পত্নীক ৰাণীৰ নিচিনাকৈ ৰাখে ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

2 thoughts on “পত্নীক ৰাণীৰ দৰে সুখত ৰাখে এই দুটা আখৰৰ নামৰ ল’ৰাই”

Leave a Comment