পত্নীক তেওঁৰ পিতৃ-মাতৃতকৈও অধিক মৰম দিয়ে এই দুটা নামৰ পুৰুষে

WhatsApp Follow

( These two men love their wives more than their parents ) এটি মানৱ শিশুৱে পৃথিৱীত জন্ম গ্ৰহণ কৰোঁতে মাক দেউতাকৰ বাহিৰে কাৰো লগত সম্পৰ্ক নাথাকে । লাহে লাহে তেওঁ ডাঙৰ হৈ বিভিন্ন সম্পৰ্কৰ মাজত বান্ধ খাই পৰে । শিশুটিৰ সম্পূৰ্ণ দায়িত্ব মাক দেউতাকে বহন কৰে ।
যেতিয়া শিশুটি নিজৰ দায়িত্ব নিজে ল’ব পৰাকে ডাঙৰ হৈ উঠে তেতিয়া লাহে লাহে কিছুমান সম্পৰ্ক মাজত সোমাই যাব লগা হৈ । যেনে এটি বয়সত বৈবাহিক সম্পৰ্ক সম্বন্ধৰ মাজত এটি নতুন জীৱনৰ পাতনি মেলে ।

এই সম্পৰ্ক বিলাক মানুহে এৰাই চলিব নোৱাৰে । এইবিলাকে মানুহৰ সম্পূৰ্ণ জীৱন প্ৰভাৱিত আৰু পৰিচালিত কৰে । বৈবাহিক সম্পৰ্কৰ কথা কওঁতে বহুত কথা মনলৈ আহে । যেনে বৈবাহিক সম্পৰ্কত সোমোৱাৰ আগতে আমি সকলোৱে চিন্তা কৰোঁ নিজৰ জীৱন সংগী জন কেনেকুৱা হ’ব ।

বৈবাহিক জীৱনত পতি আৰু পত্নীক ধৰ্মৰ আধাৰিত সম্পৰ্ক কৰ্তব্য আৰু পবিত্ৰতাৰ শক্তিৰে বান্ধ খায় থাকে । এই বান্ধ মধুৰ, কোমল আৰু বিশ্বাসৰ লগতে শক্তিশালী হয় । বৈবাহিক জীৱনৰ মাজেৰে দুজনৰ অপূৰ্ণতা যেতিয়া পূৰ্ণতা লৈ পৰিবৰ্তিত হয় তেতিয়া আধ্যাত্মিকতা ৰাস্তাৰে আগবাঢ়ি যাবলৈ সুবিধা হোৱাৰ লগতে আনন্দময় হৈ উঠে ।
এতিয়া আহক আমি এনেকুৱা দুটা ইংৰাজী বর্ণমালাৰে আৰম্ভ হোৱা বৰ্ণৰ জীৱনসংগীৰ নাম জানিব চেষ্টা কৰোঁ যোনে সকলোতকৈ বেছি নিজৰ পত্নীক ভালপায় ।

১) J- এই বৰ্নৰে আৰম্ভ হোৱা পতি বহুত অন্তৰ খোলা হয় । নিজত কৈ বেছি ধ্যান ৰাখে পত্নীৰ আৰু বহুত বিশ্বাস কৰে । পত্নীয়েও বহুত ভাল পাই যাৰ কাৰণে তেওঁলোকৰ বৈবাহিক জীৱন বহুত সুখী, বিশ্বাসযোগ্য আৰু বহুত গভীৰ হয় ।

আৰু পঢ়ক
আমাৰ দেহৰ ১০ টা শুভ-অশুভ লক্ষণ এনেদৰে জানিব পাৰি ?

২) S আখৰৰ পতি সকলে নিজৰ পত্নীক যিমান পাৰি সিমান সুখী ৰাখিবলৈ বিচাৰে । পত্নীৰ কোনো কথা নমনা কৈ নাথাকে । এওঁলোকে পত্নীৰ কথা সকলোঁ বিশ্বাস কৰি লয় আৰু বহুত শান্ত হয় । পত্নীৰ সুখ সুবিধাৰ কাৰণে সকলো কৰে । আৰু পত্নীক ৰাণীৰ নিচিনাকৈ ৰাখে ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

2 thoughts on “পত্নীক তেওঁৰ পিতৃ-মাতৃতকৈও অধিক মৰম দিয়ে এই দুটা নামৰ পুৰুষে”

Leave a Comment