Top [100] জন্মদিনৰ শুভেচ্ছা বাণী | Happy Birthday Wishes In Assamese

বন্ধু বান্ধবী সকল আজি এই আর্টিকেলটোৰ জড়িয়তে আপোনালোকক কেইটামান জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিম এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা আপোনালোকৰ বন্ধু, বান্ধৱী, মা, দেউতা, ভাই, ভনী, দাদ, প্রেমিক, প্রেমিকা, পুত্র, বাইদেউ, লৈ পঠাব পাৰিব, আশা কৰোঁ এই আর্টিকেলটো যদি আপুনি সম্পূর্ণ পঢ়ে তেনেহলে ভাল লাগিব।

জন্মদিনৰ শুভেচ্ছা বাণী

দিন যায় ৰাতি আহে,
মাহ যায় বছৰ আহে,
সকলোয়ে থাকে শুদিনৰ আশাত
আৰু মই থাকো তোমাৰ
জন্মদিনৰ আশাত।
জন্মদিনৰ শুভেচ্ছা বার্তা জনালো।

তোমাৰ কথা ভাবি ভাবি
নহয় দিন শেষ,
জন্মদিনৰ শুভক্ষণত পঠালো 
এই SMS
শুভ জন্মদিন।

কাৰোবাৰ প্রিয়দিন Sunday
কাৰোবাৰ প্রিয়দিন Monday
মোৰ প্রিয়দিন তোমাৰ Birthday
শুভ জন্মদিন।

আমাৰ ভালপোৱা পূৰণ হওঁক
তোমাৰ মনৰ সকলো আশা,
সুখী থাকিবা তুমি লৈ 
আমাৰ ভালপোৱা।
শুভ জন্মদিন।

বন্ধু হৈ আছো কাষত
থাকিম গোটেই জীৱন,
মোৰ সুখবোৰ তোমাক দিলো
বিনিময়ে তোমাৰ দুখবোৰ মই ললো,
শুভ জন্মদিন।

প্রেমিকলৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান প্রেমিকৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ প্রেমিকক যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ প্রেমিকে আনন্দিত হ’ব।

জন্মদিনৰ শুভেচ্ছা বাণী
জন্মদিনৰ শুভেচ্ছা বাণী

জন্মদিনৰ শুভেচ্ছা প্রেমিকলৈ | Happy Birthday Wishes For Girlfriend / Boyfriend In Assamese

দিনৰ শেষত কৈছো
শুভ জন্মদিন,
কিন্তু তোমাৰ কথা অকল
ভাবিছো গোটেই দিন,
শুভ জন্মদিন।

তোমাৰ কথা ভাবি ভাবি
নহয় দিন শেষ,
জন্মদিনৰ শুভক্ষণে তোমাক
পঠালো এই SMS.
জন্মদিনৰ শুভেচ্ছা থাকিল।

আজিৰ এই বিশেষ দিনে
হোৱা আৰু ৰঙিন,
ভালপাই জনাওঁ তোমাক
শুভ জন্মদিন।

Also Read. Top 10 Business Idea

তোমাৰ বাবেই আজি মোৰ ইমান মধুৰ,
তোমাৰ বাবেই মোৰ জীৱনত
ইমান সুখ,
ভালে থাকা তুমি সকলো সময়তে,
শুভ জন্মদিন।

তোমাৰ জন্মদিনক আৰু সুন্দৰ
কৰিবলৈ মই সকলো
কৰিব পাৰোঁ,
শুভ জন্মদিন।

আজি তোমাৰ জন্মদিন
এই দিনত তোমাৰ লগত কটাই
মই বহুত সুখী,
শুভ জন্মদিন।

প্রিয় জনলৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান প্রেমিকাৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ প্রিয় জনলৈ যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ প্রিয়জন আনন্দিত হ’ব।

জন্মদিনৰ শুভেচ্ছা বাণী
জন্মদিনৰ শুভেচ্ছা বাণী

জন্মদিনৰ শুভেচ্ছা প্রিয় জনলৈ | Happy Birthday Wishes For Lover In Assamese

মোৰ ভালপোৱা কেতিয়াওঁ
পাহৰি নাযাবা,
তোমাৰ প্রতিটো জন্মদিন হওঁক
মোক লৈ,
শুভ জন্মদিন।

শুভ জন্মদিনত মোৰ প্রেমে
তোমাৰ জীৱনত সুখ কৰিয়াই আনক,
শুভ জন্মদিন।

তোমাৰ জন্মদিনত এটা গোলাপ
আৰু বহুত ভালপোৱা
উপহাৰ হিচাপে দিলো,
শুভ জন্মদিন।

তোমাক বিহিন জীৱন
আৰু চেনি বিহিন চাহ একেই,
জন্মদিনৰ শুভেচ্ছা থাকিল।

তুমি মোৰ প্রেমৰ কবিতা
তুমি মোৰ গান
তুমি নহলে নচলে মোৰ জীৱন,
শুভ জন্মদিন।

ভন্টিলৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান ভন্টিৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ প্রিয় জনলৈ যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ ভন্টি আনন্দিত হ’ব।

জন্মদিনৰ শুভেচ্ছা ভন্টিলৈ | Happy Birthday Wishes For Sister In Assamese

ৰঙিন হওঁক ভবিষৎ
সুখ দি পৰিপূৰ্ণ হওঁক তোমাৰ জীৱন,
শুভ জন্মদিন ভন্টি।

আমাৰ পৰিয়ালৰ দেখাত সুন্দৰ চেহেৰাৰ
এটা তোমাৰ নিচিনা ভন্টি
পাই মই বহুত সুখী,
শুভ জন্মদিন।

এক বছৰ পিছত
আহিল সেই তোমাৰ শুভ জন্মদিন,
জন্মদিনৰ শুভেচ্ছা থাকিল।

তোমাৰ নিচিনা এজনী ভন্টি
পোৱা বহুত কঠিন,
শুভ জন্মদিন।

তোমাৰ জন্মদিন  মোৰ ওচৰত
বহুত ইস্পেচাল দিন,
সেই বাবে তোমাক জনাওঁ
শুভ জন্মদিন।

পত্নীলৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান পত্নীৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ পত্নী যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ পত্নী আনন্দিত হ’ব।

জন্মদিনৰ শুভেচ্ছা পত্নী | Happy Birthday Wishes For Wife In Assamese

পত্নীতকৈ তোমাক বন্ধু
হিচাপে পাইছো,
শুভ জন্মদিন।

এই বিশেষ দিনে
মই তোমাক ক’ব বিচাৰো যে
তুমি মোৰ গোটেই পৃথিৱী,
শুভ জন্মদিন।

মই তোমাক কিমান ভালপাওঁ
সেয়া কোনেও অনুভৱ
কৰিব নোৱাৰে,
শুভ জন্মদিন।

মই তোমাক বহুত ভালপাওঁ
আৰু তোমাক ভালপাই
মই নিজকে বহিত স্পেচাল অনুভৱ কৰো,
শুভ জন্মদিন।

যদিও তোমাৰ বয়সৰ লগত
এটা বছৰ যোগ হ’ল,
কিন্তু মোৰ ওচৰত তুমি আগৰ 
দৰেই সুন্দৰী,
শুভ জন্মদিন।

পুত্রক জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান পুত্ৰৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ প্রিয় জনলৈ যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ পুত্র আনন্দিত হ’ব।

জন্মদিনৰ শুভেচ্ছা পুত্র | Happy Birthday Wishes For Son In Assamese

জন্মদিনৰ শুভেচ্ছা পুত্র
গোটেই জীৱন সুখত থাকা সেইটোই
কামনা কৰোঁ।

শুভ জন্মদিন প্রিয় পুত্র
তুমি তোমাৰ জীৱনত যেন সুখী হোৱা
তাৰেই কামনা কৰোঁ,
শুভ জন্মদিন।

তোমাৰ এটা সুখী জন্মদিন 
কামনা কৰোঁ,
আৰু তোমাৰ উজ্জ্বল ভবিষ্যৎ 
কামনা কৰোঁ,
শুভ জন্মদিন পুত্র।

মই আজি নিজকে বহুত সুখী
অনুভৱ কৰোঁ,
কাৰণ আজিৰ এই দিনত
তোমাক পাইছো,
শুভ জন্মদিন।

তোমাৰ জন্মৰ হোৱাৰ বাবে মোৰ 
জীৱন সলনি হৈছিল,
শুভ জন্মদিন।

মা লৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান মা’ৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ মা’ক যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ মা আনন্দিত হ’ব।

জন্মদিনৰ শুভেচ্ছা মা লৈ | Happy Birthday Wishes For Mother In Assamese

শুভ জন্মদিন মা
জন্মদিনৰ শুভেচ্ছা গ্রহণ কৰা,
আৰু মোৰ বাবে আর্শীবাদ কৰা।

শুভ জন্মদিন মোৰ মা
এই পৃথিৱীৰ ভিতৰত তুমিয়েই
বিশ্ব সুন্দৰী।

পৃথিৱীত সকলোতকৈ ডাঙৰ 
আশীৰ্বাদ হ’ল মা’ৰ আশীৰ্বাদ আৰু
মই সেইটো পাইছো,
শুভ জন্মদিন।

পৃথিৱীৰ ভিতৰত সেই ব্যক্তিয়ে
ভাগ্যৱান যাৰ মা এতিয়াওঁ জীয়াই আছে,
শুভ জন্মদিন মা।

মা
তুমি মোৰ বন্ধু
তুমি মোৰ শিক্ষক
তুমি মোৰ ভালপোৱা
তুমি মোৰ জীৱন
শুভ জন্মদিন মা।

বা লৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান বা ৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ বা ক যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ বা আনন্দিত হ’ব।

জন্মদিনৰ শুভেচ্ছা বা লৈ | Happy Birthday Wishes For Sister In Assamese

ডাঙৰ বা মা’ৰ সমান
মই ধন্য মই তোমাৰ নিচিনা এজনী
ডাঙৰ বা পাইছো,
শুভ জন্মদিন।

তুমি  নহ’লে মই  মোৰ জীৱন
কল্পনাও কৰিব নোৱো
ধন্যবাদ ভগৱানক তোমাৰ নিচিনা 
বা দিয়াৰ বাবে,
শুভ জন্মদিন।

মোৰ বা সৰুৰে পৰা
মোক খজকাঢ়িবলৈ সিকাইছে,
শুভ জন্মদিন বা।

ডাঙৰ বা মানে মা’ৰ ছা
মই তোমাক নহুত ভালপাওঁ,
জন্মদিনৰ শুভেচ্ছা থাকিল।

ভগৱানক ধন্যবাদ যে
মোৰ মা-দেউতাৰ কলাত তুমি 
প্রথমে আহিছা,
শুভ জন্মদিন।

ভাইটিলৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান ভাইটিৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ ভাইটিক যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ ভাইটি আনন্দিত হ’ব।

জন্মদিনৰ শুভেচ্ছা ভাইটিলৈ | Happy Birthday Wishes For Brother In Assamese

ভাইটি তোমাৰ আজি
জন্মদিন ভগৱানৰ ওচৰত প্রাথনা কৰোঁ
তুমি সুখী হোৱা,
শুভ জন্মদিন।

তুমি যেতিয়া সৰু আছিলা
তেতিয়া তুমিয়েই মোৰ বন্ধু আছিলা,
আৰু আজিও আছা,
শুভ জন্মদিন।

সৰুৰে পৰা তোমাৰ লগতেই ডাঙৰ হ’লো
আজিও তোমাৰ লগতেই  আছো,
শুভ জন্মদিন ভাইটি।

ভাইটিৰ মৰম বন্ধুতকৈ বেছি
কাৰণ ভাইটি সদায়
কাষত থাকে,
শুভ জন্মদিন।

ভাইটি তুমি সুখত থাকা
শান্তিত থাকা হেয়াই কামনা কৰোঁ
শুভ জন্মদিন।

দেউতালৈ জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা কেনেকৈ লিখিব ? তলত আমি কেইটামান দেউতাৰ বাবে জন্মদিনৰ শুভেচ্ছা বাণী লিখিম আশা কৰোঁ আপোনাৰ দেউতাক যদি এই জন্মদিনৰ শুভেচ্ছা বাণী বা জন্মদিনৰ শুভেচ্ছা বার্তা দিয়ে তেনেহলে আপোনাৰ দেউতা আনন্দিত হ’ব।

জন্মদিনৰ শুভেচ্ছা দেউতা | Happy Birthday Wishes For Fother In Assamese

তুমি মোৰ দেউতা 
তুমি মোৰ বন্ধু
আজি তোমাৰ জন্মদিন
হেয়ে জনাও তোমাক
শুভ জন্মদিন।

হাঁহি আৰু ভালপোৱা
তুমি মোক দিছা তাৰ বাবে ধন্যবাদ
শুভ জন্মদিন দেউতা।

তোমাৰ দৰে এজন দেউতাৰ সন্তান
হোৱাৰ সপোন সকলোয়ে দেখে,
মই ভাগ্যৱান যে মই তোমাৰ
সন্তান, শুভ জন্মদিন।

দেউতা তুমি সকলো সময়তে
মোৰ আশ্রয় আৰু ছাঁ
শুভ জন্মদিন দেউতা।

1 thought on “Top [100] জন্মদিনৰ শুভেচ্ছা বাণী | Happy Birthday Wishes In Assamese”

Leave a Comment