সূর্য দেৱতাক কি ফুল আগবঢ়ালে কি ফল প্রাপ্ত হয় ?

Join Telegram

( What is the fruit of offering flowers to the sun god ) সূৰ্য দেৱতাক কি ফুল আগবঢ়ালে-কি ফল প্ৰাপ্ত হয় ! ধৰ্ম গ্ৰন্থ অনুসাৰে কিছুমান বিশেষ ফুলে ভগৱান সূৰ্যৰ পূজা কৰিলে বিভিন্ন ধৰণৰ ফল প্ৰাপ্ত হয় । আজি আমি এই আর্টিকেলটোত কথা পাতিম সেই বিষয়ে সেই বাবে এই লিখনীটো সম্পূর্ণ পঢ়িব –

ভগৱান সূৰ্যক বগা কমলৰ ফুল আগবঢ়ালে-সৌভাগ্য, কুটজৰ ফুল আগবঢ়ালে-ঐশ্বয্য প্ৰাপ্ত হয় ।

মদাৰ ফুল অৰ্পণ কৰিলে, কুষ্ট ৰোগ নাশ হয় ।

বেল পাত আগবঢ়ালে ধন-সম্পত্তিৰ প্ৰাপ্ত হয় ।

সূৰ্য দেৱাতাৰ আটাইতকৈ প্ৰিয় ফুল হৈছে-কৰৱী ফুল । এই ফুলে পূজা কৰাজন সূৰ্য দেৱতাৰ বৰ প্ৰিয় হয় ।

সূৰ্যদেৱক বকুল ফুলৰ মালা দিলে-গুণৱতী কন্যাৰ লগত বিবাহ হয় ।

খৰিজাই ফুলেৰে সূৰ্য দেৱক পূজা কৰিলে-সূৰ্যলোকৰ প্ৰাপ্তি হয় ।

চমেলীৰ ফুল আগবঢ়ালে ৰোগৰ পৰা মুক্তি পোৱা যায় ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment