অসমীয়া সাধাৰণ জ্ঞান

WhatsApp Follow

(১) সোৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে?

(ক) শনি
(খ) মঙ্গল
(গ) বৃহস্পতি
Answer: (ক) শনি

(২) পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল?

(ক) ১৮৫৭
(খ) ১৮৯৪
(গ) ১৮৮৯
Answer: (খ) ১৮৯৪

(৩) কাৰেংগাৰ লিগিৰি নাটক কোনে লিখিছিল?

(ক) পাৰ্বতী প্ৰসাদ বৰুৱা
(খ) জ্যোতি প্ৰসাদ আগৰৱালা
(গ) বিষ্ণু প্ৰসাদ ৰভা
Answer: (খ) জ্যোতি প্ৰসাদ আগৰৱালা

(৪) স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল?

(ক) বিষ্ণুৰাম মেধি
(খ) গোপীনাথ বৰদলৈ
(গ) তৰুণ ৰাম ফুকন
Answer: (গ) তৰুণ ৰাম ফুকন

(৫) ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন?

(ক) মাধৱ কন্দলী
(খ) মাধৱদেৱ
(গ) ৰাম সৰস্বতী
Answer: (ক) মাধৱ কন্দলী

(৬) অসমৰ কোন জিলাত টেৰাকোটা উদ্যোগ অৱস্থিত?

(ক) ধুবুৰী
(খ) কৰিমগঞ্জ
(গ) গোৱালপাৰা
Answer: (ক) ধুবুৰী

(৭) ‘সাহিত্য একাডেমী বঁটা’ বিজয়ী কিতাপ “দেওলাংখুই”ৰ লেখক কোন?

(ক) নিৰ্মল প্ৰভা বৰদলৈ
(খ) নিৰুপমা বৰগোহাঁই
(গ) ৰীতা চৌধুৰী
Answer: (গ) ৰীতা চৌধুৰী

(৮) কিমান চনত আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিল?

(ক) ১২১৬
(খ) ১২২৮
(গ) ১২৫৬
Answer: (খ) ১২২৮

(৯) শংকৰদেৱে লিখা সকলো কিতাপৰ ভিতৰত নিম্নলিখিত কোনখন কিতাপ আটাইতকৈ সৰু?

(ক) কালিয়া দমন
(খ) কীৰ্তন
(গ) গুণমালা
Answer: (গ) গুণমালা

(১০) শিৱ দ’ল কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল?

(ক) প্ৰমত্ত সিংহ
(খ) ৰুদ্ৰ সিংহ
(গ) শিৱ সিংহ
Answer: (গ) শিৱ সিংহ

Leave a Comment